Investigative reporting with dedication.
পেগাছাছৰ নামত কোনো লেনদেন হোৱা নাই বুলি ক’ত ক’লে চৰকাৰে ?

পেগাছাছৰ জড়িয়তে চোৰাংছোৱাগিৰি কৰাৰ অভিযোগক লৈ দেশত তুমুল বিতৰ্ক চলি আছে ৷ অচল হৈ পৰিছে দুয়োখন সদন ৷ কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোৰ পৰা দূৰৈত অৱস্থান কৰিছে ৷ তাৰ মাজতে আজি প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে ৰাজ্যসভাত ঘোষণা কৰিছে যে পেগাছাছ ক্ৰয়…










