The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিলম্বন কিয় ?

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প কুমাৰ দাসক নিলম্বন কৰা হৈছে ৷ উপাচাৰ্যগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা প্ৰতিষ্ঠানত কাৰ্যনিৰ্বাহ কৰা সময়ত এক গুৰুতৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপণ হৈছিল ৷ উল্লেখ্য যে ২০১০ ৰ পৰা ২০১৭ চনৰ ভিতৰত আইডলত মুঠ…

ধনকুবেৰৰ তথ্য আছে মোদী চৰকাৰৰ হাতত, দৰিদ্ৰৰ সংখ্যা কিয় নাজানে ?

লকডাউনৰ সময়ত খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথত কিমান লোকৰ মৃত্যু হ’ল ? তথ্য নাই চৰকাৰৰ ৷কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত অক্সিজেনৰ অভাৱত কিমানৰ মৃত্যু হ’ল ? চৰকাৰে তাৰ উত্তৰ দিব নোৱাৰে ৷ আনকি কোভিড মহামাৰীৰ সময়ত দেশত দৰিদ্ৰৰ সংখ্যা কিমান , সেয়াও…

কেনেকৈ উদযাপন কৰিব স্বাধীনতা দিৱস ?

দেওবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হ’ব স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উদযাপনৰ সময়ত মানি চলিবলগীয়া এক নতুন কোভিড প্ৰটোকল প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ৷ এই প্ৰট’কল অনুসৰি ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত ১৫০০ তকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷…

আফগানিস্তান : কাবুল দখলৰ দিশে নেকি তালিবান ?

কট্টৰপন্থী ইছলামিক সংগঠন তালিবানৰ যুঁজাৰু বাহিনীয়ে শুকুৰবাৰে কান্দাহাৰ দখল কৰা পাছত উপস্থিত হৈছে লোগাৰৰ ৰাজধানী ফুল- এ -আলমত ৷ আফগান চৰকাৰৰ বাবে এয়া অতি বিপজ্জনক ৷ কিয়নো ফুল_এ- আলম দেশখনৰ ৰাজধানী কাবুলৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷ মূল…

স্বাধীনতা দিৱসৰ পূৰ্বে খালিস্তানৰ প্ৰসংগ কিয় ?

স্বাধীনতা দিৱস সমাগত ৷ সমস্যাজৰ্জৰ হ’লেও দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এই দিনটোৰ সুকীয়া উপলব্ধি আছে ৷ কিন্তু স্বাধীনতা দিৱসৰ দিনটোতো দিল্লী সীমান্তত অন্দোলনৰত কৃষক ৷ তিনিখন ক’লা কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত মাহৰ পাছত মাহ ধৰি কৃষক সমাজে প্ৰতিবাদী কাৰ্যসূচী…

তালিবানৰ দখলত আৰু তিনিখন চহৰ : ভাৰতে কাৰ পক্ষ ল’ব ?

তালিবানে দখল কৰিছে আফগানিস্তানৰ ইখনৰ পাছত সিখন চহৰ ৷ শুকুৰবাৰে দেশখনৰ আৰু তিনিখন চহৰ তালিবানে নিজৰ দখললৈ নিয়ে ৷ ইয়াৰ লগে লগে আফগানিস্তানৰ ৩৪ খন ৰাজ্যৰ ১৮ খনৰ ৰাজধানী তালিবানৰ দখললৈ গ’ল ৷  তালিবানে ইতিমধ্যে দেশখনৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ…

পুৰণি গাড়ী স্ক্ৰেপ কৰিলে দিব নালাগে নতুন গাড়ীৰ পঞ্জীয়ন মাচুল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মুকলি কৰিছে ৰাষ্ট্ৰীয় অটোমোবাইল স্ক্ৰেপিঙ নীতি ৷গুজৰাটত আয়োজিত বিনিয়োগ সন্মিলনত  ভিডিও কনফাৰেন্সিঙৰ জৰিয়তে তেও এই নীতি মুকলি কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ” ব্যৱহাৰ অনুপযোগী বাহনসমূহ বৈজ্ঞানিক পদ্ধতিৰে আঁতৰোৱাৰ ক্ষেত্ৰত এই নীতিয়ে যথেষ্ট গুৰুত্বপূৰণ ভূমিকা গ্ৰহণ…

কোন আৰক্ষী আয়ুক্তক বিচাৰি আৰক্ষীয়ে জাৰি কৰিছে জাননী?

এগৰাকী আৰক্ষী আয়ুক্তক বিচাৰি জাননী জাৰি কৰিছে এখন বিশেষ আৰক্ষী থানাই।                           এই ঘটনা মহাৰাষ্ট্ৰৰ । মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ বিৰুদ্ধে থানে আৰক্ষীয়ে জাৰি কৰিছে এখন লুক আউট জাননী। আজি কেইবাদিনো ধৰি আৰক্ষীয়ে প্ৰাক্তন আৰক্ষী আয়ুক্ত গৰাকীক যোগাযোগ কৰিব…

ক’ৰোণা ৰুধিবলৈ চীনত কিয় চৰকাৰে ঘৰে ঘৰে লগাইছে তলা ?

চীনলৈ আকৌ উভতি আহিছে ক’ৰোণা ভাইৰাছ ৷ দেশখনত ক’ৰোণাৰ ডেল্টা ভেৰিয়েন্‌টৰ সংক্ৰমণ ধৰা পৰাৰ পাছত চীনা চৰকাৰে লৈছে  কঠোৰ পদক্ষেপ ৷ ছোচিয়েল মেডিয়াত প্ৰচাৰিত হোৱা কেতবোৰ ভিডিওত দেখা পোৱা গৈছে যে ক’ৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ বহু ঘৰ তলা লগাই বন্ধ…

ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিমণা সন্দৰ্ভত কি ক’লে চন্দ্ৰমোহন পাটোৱাৰীয়ে ?

ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহন বিভাগে জৰিমণা বিহাৰ নামত সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপণ হোৱাৰ পাছত মুখ খুলিছে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ পাটোৱাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এম ভি আই আইনত জৰিমণা বিহাৰ ব্যৱস্থা আছে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ…