Investigative reporting with dedication.
মোদীৰ আমোলত কিমান ধাৰত পোত গ’ল ভাৰত ?

দুই কৌটি কৰ্মসংস্থাপন , কৃষকৰ আয় দুগুণ কৰা , ক’লা ধন ঘূৰাই অনা আদি বিবিধ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ ৷ কোনো এটা প্ৰতিশ্ৰুতিয়েই আজিলৈ পূৰণ নহ’ল ৷ কিন্তু আন এটা দিশত মোদীৰ শাসনকালত ভাৰতে আকাশ চুবলৈ সক্ষম হৈছে…










