The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

কিয় চকুলো টুকি বাৰ্ছিলোনা এৰিলে মেছিয়ে ?

বিশ্ববিশ্ৰুত ফুটবলাৰ মেছিৰ চকুৰ চকুলোৱে দেওবাৰে তেওৰ অগণিত অনুৰাগীকো কন্দুৱাই গ’ল ৷আৰ্জেন্টিনাৰ ফুটবলাৰ গৰাকীয়ে স্পেনিছ ফুটবল ক্লাব বাৰ্ছিলোনাৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত উচুপি উঠে ৷ দেওবাৰৰ দিনটোত এই দৃশ্য আছিল ফুটবলপ্ৰেমীসকলৰ বাবে হৃদয় বিদাৰক ৷ কিয়নো ,১৩ বছৰ বয়সৰ পৰাই…

এটা থ্ৰ’ত সকলো ভাৰতীয়ৰ হৃদয়ত স্থান পালে নীৰজে। ২৪ ঘন্টাত অনুৰাগীৰ সংখ্যা বৃদ্ধি পালে ২.২ মিলিয়নলৈ

স্বৰ্ণ জয়ৰ পিছতেই নীৰজ চোপ্ৰাৰ ইষ্টাগ্ৰাম একাউন্টত অনুৰাগীৰ সংখ্যা হ’লগৈ ২.২ মিলিয়ন। ইয়াৰ পূৰ্বে তেওঁৰ অনুৰাগীৰ সংখ্যা আছিল ১০০ হাজাৰ। এই ঐতিহাসিক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰাক জানিবলৈ এতিয়া গোগুলত নিৰজ চোপ্ৰা নামৰ লৰাজনক খুঁচৰি চাইছে তেওঁৰ লাখ…

ৰাইজৰ দলৰ কার্যালয়লৈ কিয় যাব কংগ্ৰেছ প্ৰতিনিধি?

ৰাইজৰ দলৰ কার্যালয়লৈ যাব কংগ্ৰেছ দল৷ আজি বিয়লি কংগ্ৰেছ দলৰ প্ৰতিনিধি দল যাব ৰাইজৰ দলৰ কার্যালয়লৈ৷বিগত বিধানসভা নির্বাচনত বিজেপিৰ বিজয়ৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলে জগৰীয়া কৰিছিল পৰস্পৰক৷কংগ্ৰেছৰ অহমিকাৰ বাবে বিৰোধীৰ পৰাজয় হোৱা বুলি ৰাইজৰ দলে অভিযোগ অনাৰ বিপৰীতে ৰাইজৰ…

চন্দ্ৰমোহন সফল! তেন্তে আত্মহত্যা কিয় অসমীয়াৰ?

এজন মন্ত্ৰীৰ সফলতাৰ কাহিনী কম আজি৷মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷বিগত ৫ আগষ্টত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজেই বিধানসভাত দাঙি ধৰিছিল নিজৰ সফলতাৰ বিজ্ঞাপন৷অখিল গগৈৰ এটা প্ৰশ্নৰ উত্তৰত চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত বুজাই দিছিল তেখেত কিমান সফল মন্ত্ৰী৷চন্দ্ৰমোহন পাটোৱাৰীৰ সফলতাৰ কাহিনী আমিও আজি দেখুৱাম এই…

অলিম্পিকত কোন ভাৰতীয়ই কৰিলে স্বৰ্ণজয় ?

টকিঅ’ত ভাৰতৰ স্বৰ্ণজয়ৰ সপোন অৱশেষত পূৰণ হ’ল ৷ জেভলিন থ্ৰোত ভাৰতৰ নীৰজ চোপ্ৰাই লাভ কৰে স্বৰ্ণ পদক ৷ টকিঅ’ অলিম্পিকত স্বৰ্ণপদক লাভ কৰা প্ৰথগৰাকী ভাৰতীয় খেলুৱৈ নীৰজ ৷ ইয়াৰ পূৰ্বে আজি ৰেষ্টলিঙত বজৰং পুনিয়াই লাভ কৰিছিল ব্ৰঞ্জৰ পদক ৷ এতিয়ালৈকে…

অলিম্পিকত ভাৰতৰ আৰু এটা পদক লাভ

টকিঅ’ অলিম্পিকত ভাৰতে লাভ কৰিলে আৰু এটা পদক ৷ ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক লাভ বজৰং পুনিয়াৰ ৷ কাজাখাস্তানৰ নিয়াজবেকুভকক ৮-০ পইন্টৰ ব্যৱধানত পৰাজিত কৰি বজৰঙৰ পদক লাভ ৷

ভাৰতত জনছন এণ্ড জনছন ভেকচিনক অনুমতি : এটা ড’জেই যথেষ্ট

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আমেৰিকাৰ কোম্পেনী জনছন এণ্ড জনছনক ভাৰতত কোভিড ভেকছিন প্ৰদানৰ অনুমতি প্ৰদান কৰিছে ৷ আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই এক টুইটযোগে এই কথা সদৰী কৰি কয় যে ভাৰতত এতিয়া ক’ৰোণা প্ৰতিষেধকৰ অধিক বিকল্প উপলব্ধ ৷ জনছন এণ্ড জনছনকো…

বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব পাৰিনে ? ষ্টেণ্ডিং কমিটীয়ে কি ক’লে ?

অসম এখন নদী প্ৰধান ৰাজ্য। সৰু বৰ বিভিন্ন নদীৰ লগতে অসমৰ ঠিক মাজেৰে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ । সেইবাবে প্ৰতি বছৰে বাৰিষা কালত বানত ডুব যায় ৰাজ্যৰ আধা অংশ। প্ৰতি বছৰে বানৰ সংহাৰত  হাজাৰ হাজাৰ মানুহ গৃহহীন হোৱাৰ লগতে এক…

১ লাখক পট্টা দিয়াৰ কথা আছিল , পালে কিমানে ?

চলিত বৰ্ষৰ ২৩ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত এক বিশাল জনসভাত ভাগ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বিশালসভাত ভাগ লৈ ১ লাখ লোকক ভূমি পট্টা বিতৰণ  কাৰ্যসূচীৰ শুভাৰম্ভ  কৰে প্ৰধানমন্ত্ৰীয়ে। স্বাধীনতাৰ পিছত এইটোৱে অসমত বৃহৎ সংখ্যক লোকক একেলগে ভূমিপট্টা প্ৰদান…

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা ধাৰাত ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে গোচৰ কিয় ?

অসমীয়া ডিজিটেল সংবাদ মাধ্যম ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে শুকুৰবাৰে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকে ৷ অতি আশ্চৰ্যজনকভাৱে সঞ্চালকগৰাকীয়ে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰা তথ্য – প্ৰযুক্তি আইনৰ ৬৬(এ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ…