Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
অসমত থকা ডিটেনশ্যন চেন্টাৰসমূহ এতিয়াৰে পৰা পৰিচিত হ’ব ‘ট্ৰানজিত কেম্প’ হিচাপে৷ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিব নীৰজ বাৰ্মা স্বাক্ষৰিত এখন জাননীত এই ঘোষণা কৰা হয় ৷
ৰাজ্যত বৰ্তমান ৬ টা ডিটেশ্বন চেন্টাৰ আছে ৷ এই ডিটেনশ্ব…
নাগপুৰত ১১ বছৰে কি কৰিছিল তালিবান যোদ্ধাই ?
১১ বছৰ ধৰি নাগপুৰত অবৈধভাৱে বসবাস কৰিছিল এজন তালিবান যোদ্ধাই ৷ এই তালিবান যোদ্ধাৰ ফটো শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছত হতচকিত হৈ পৰিছে দেশৰ নিৰাপত্তা সংস্থাসমূহ
অফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে বহু তালিবান যোদ্ধাৰ ফটো প্ৰকাশ পাইছে ৷ তাৰ…
বিৰোধীৰ বৈঠক : ছোনিয়া গান্ধীয়ে প্ৰথমবাৰৰ বাবে কি ডাঙৰ আহ্বান জনালে ?
লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে বিৰোধী দলসমূহে ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ আ্হ্বানমৰ্মে শুকুৰবাৰে ১৯ বিৰোধী দলৰ নেতাৰ এখন ভাৰ্ছুয়েল বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত টি এম চি , এন চি পি , ডি এম কে , শিৱসেনা , জে এম এম , চি পি আই , চি পি…
মাওবাদীৰ আক্ৰমণত ক’ত নিহত হ’ল ২ জোৱান ?
ছট্টিছগড়ত পুণৰ মাওবাদীৰ ভয়াবহ আক্ৰমণত নিহত হ’ল আই টি বি পিৰ দুজন জোৱান ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছট্টিছগড়ৰ নাৰায়নপুৰ জিলাত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ৷ মাওবাদীৰ আক্ৰমণত নিহত হোৱা জোৱান দুগৰাকীৰ ভিতৰত এগৰাকী হ’ল সহকাৰী কামাণ্ডেন্ট সুধাকৰ…
ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীত প্ৰশিক্ষণ লোৱা ‘ছেৰু’ কেনেকৈ তালিবানৰ দুৰ্ধৰ্ষ নেতা…
ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ সকলোৰে প্ৰিয় ‘ছেৰু’ আজি তালিবানৰ দুৰ্ধৰ্ষ কামাণ্ডাৰ ৷ সেইগৰাকী ‘ছেৰু’ , যি আছিল ডেৰাডুনৰ মিলিটেৰী একাডেমীৰ এজন সুদক্ষ কেডেট , তেও আজি তালিবানৰ শীৰ্ষ নেতা ৷ শিক্ষক , সহপাঠী কোনেও বিশ্বাস কৰিব পৰা নাই এই কথা ৷কিন্তু…
ৰাজীৱ গান্ধীক লৈ ডায়েৰীত কি লিখিছিল ছোনিয়া গান্ধীয়ে ?
“ যেতিয়া তুমি কাৰোবাক সচাঁকৈ ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় ৷ তুমি কেৱল নিজৰ প্ৰিয়জনক বিচাৰিবলৈ আৰম্ভ কৰা …আৰু মই বিচাৰো কেৱল ৰাজীৱক ৷
চৰকাৰৰ ১০০ দিন : কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ?
ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ১০০ টা দিন সম্পূৰ্ণ । এশ দিন সম্পূৰ্ণ হোৱা সময়ত কেবাটাও বৃহৎ ঘোষণা ৷ কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: শৰ্মাৰ?
বৃদ্ধি কৰা হ’ব অৰুণোদয় আঁচনিৰ ধন ।
১০০০ টকালৈ বৃদ্ধ কৰা হ’ব মাহিলী ভাট্টা ।
হেণ্ডিমেন- বাছ…
তালিবানৰ বিৰুদ্ধে বন্দুক লৈ বন্দী হ’ল কোন মহিলা গভৰ্ণৰ ?
তালিবানৰ বিৰুদ্ধে হাতত বন্দুক লৈ প্ৰতিৰোধ গঢ়ি তুলিছিল আফগানিস্তানৰ এগৰাকী মহিলা গভৰ্ণৰে ৷সেই মহিলা গভৰ্ণৰ এতিয়া তালিবানৰ হাতত বন্দী ৷
হাজাৰা জিলাৰ গভৰ্ণৰ আছিল ছালিমা মাজাৰি ৷তালিবানে আফগানিস্তান দখল অভিযান আৰম্ভ কৰাৰ সময়তে মহিলাৰ অধিকাৰৰ…
চৰকাৰৰ ১০০ দিন : কোন তিনিগৰাকী মন্ত্ৰীৰ বাবে অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ?
ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সম্পূৰ্ণ কৰিলে ১০০ টা দিন ৷ এশটা দিনৰ কাম কাজক লৈ সফলতাৰ খতিয়ান দাঙি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু এই এশটা দিনত তিনিগৰাকী মন্ত্ৰীৰ কাম কাজে বেকফুটলৈ ঠেলি দিলে চৰকাৰখনক ৷অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী ৷ কোন এই…
আফগানিস্তানস্থিত ভাৰতীয় দূতাবাসৰ তলা কিয় ভাঙিছে তালিবানে?
ইংৰাজী বাতৰি কাকত হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে বিগত বুধবাৰে কান্দাহাৰ আৰু হেৰাতৰ বন্ধ ভাৰতীয় দূতাবাসত তালাচী চলাইছিল। তালিবান উগ্ৰপন্থীসকলে তলা ভাঙি ভাৰতীয় দূতাবাসত প্ৰৱেশ কৰিছিল। কান্দাহাৰ দূতাবাসত নথিপত্ৰ বিচাৰি…