চৰকাৰৰ ১০০ দিন : কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ?

Share This Article

ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ১০০ টা দিন সম্পূৰ্ণ । এশ দিন সম্পূৰ্ণ হোৱা সময়ত কেবাটাও বৃহৎ ঘোষণা ৷ কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: শৰ্মাৰ?

  •  বৃদ্ধি কৰা হ’ব অৰুণোদয় আঁচনিৰ ধন ।
  •  ১০০০ টকালৈ বৃদ্ধ কৰা হ’ব মাহিলী ভাট্টা ।
  •  হেণ্ডিমেন- বাছ চালকক ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে ।
  •  প্ৰতিমাহে বেলেগ বেলেগ জিলাত অনুষ্ঠিত হব একোখনকৈ কেবিনেট বৈঠক ।
  •  মন্দিৰৰ পূজাৰী, নামঘৰীয়াক দিয়া হ’ব ১৫ হাজাৰকৈ টকা ।
  • নৱম আৰু দশম শ্ৰেণীত বাধ্যতামূলক হ’ব ভূগোল আৰু বুৰঞ্জীৰ পাঠ্যক্ৰম ।
  •  গুৱাহাটীত নচলিব পেট্ৰল আৰু ডিজেল চালিত বাছ ।
  •  গুৱাহটীৰ বাবে ক্ৰয় কৰা হ’ব ২০০ খন ইলেকট্ৰিক বাছ ।
  •  ক্ৰয় কৰা হব ১০০ খন CNG বাছো ।
  •  কলা কুশলী, পদপথৰ ব্যৱসায়ীকো প্ৰদান কৰা হ’ব সাহায্য ।
  •   অহা বছৰৰ পৰা ৰাজ্যত প্ৰবৰ্তন কৰা হ’ব ৰাষ্ট্ৰীয় শিক্ষানীতি ।
Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.