সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#thecrosscurret

বিহু, স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ পৰা আতঁৰোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ

বিহু, স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ পৰা আতঁৰোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ। ঘোষণা শিক্ষা সংসদৰ। উল্লেখ্য,  শনিবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বিহু আৰু স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ আঁতৰাই দিয়াৰ কথা।

উত্তৰ প্ৰদেশত বিজেপিয়ে ৩০০ তকৈও অধিক আসনত জয় লাভ কৰিব: যোগী আদিত্যনাথ

উত্তৰ প্ৰদেশত বিধানসভা নির্বাচনৰ ভোটগ্রহণ হৈ আছে। আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ। ১০ মাৰ্চত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল। কিন্তু নিৰ্বাচনৰ ফলাফলৰ আগতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ মন্তব্য, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত…

উদ্যোগপতি ৰাহুল বাজাজ আৰু নাই……

উদ্যোগপতি ৰাহুল বাজাজ আৰু নাই। ৮৩ বছৰ বয়সত মৃত্যু হয় উদ্যোগপতি বাজাজৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ৰাহুল বাজাজ। ২০০১ চনত পদ্মভূষণ সন্মানো লাভ কৰিছিল বাজাজে। ১৯৬৫ চনত বাজাজ গ্ৰুপৰ দায়িত্ব গ্ৰহণ কৰা উদ্যোগপতিজনে ২০২১ বৰ্ষত…

উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ পৰা আঁতৰিল ‘বিহু’

উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ পৰা আঁতৰিল বিহু। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্রমৰ পৰা ৰাজ্য চৰকাৰে আঁতৰাই দিলে ঐচ্ছিক বিষয় বিহু। লগতে আঁতৰাই দিলে স্বদেশ অধ্যয়নৰ পাঠ্যক্রম। আনহাতে স্কুলীয়া শিক্ষাত অন্তর্ভুক্ত হ'ল চাৰিটা নতুন ভাষা। তিৱা,…

“ডঃ হিমন্ত বিশ্ব শৰ্মাই মানসিক সন্তোলন হেৰুৱাইছে আৰু ৰাজনীতিৰ সকলো সীমা পাৰ কৰিছে”

১৪ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব বিধানসভা নির্বাচন। শুকুৰবাৰে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ উত্তৰাখণ্ডত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্রী শৰ্মাই নিৰ্বাচনী সভাত অংশগ্রহণ কৰি কংগ্রেছ দলৰ লগতে কংগ্রেছ…

মমতা বেনাৰ্জী আৰু প্ৰশান্ত কিশোৰৰ ‘আইপেক’ৰ বিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ

মমতা বেনাৰ্জী তৃতীয়বাৰ পশ্চিমবংগৰ শাসনলৈ অহাত প্ৰশান্ত কিশোৰ আৰু তেওঁৰ সংস্থা আই পেকৰ ভূমিকা উল্লেখযোগ্য ৷ কিন্তু শেহতীয়াকৈ মমতা বেনাৰ্জীক টুইটাৰত ফলো কৰা বন্ধ কৰি দিছে আই পেকে ৷ চৰ্চা চলিছে যে আইপেক আৰু তৃণমূলৰ বিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে…

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ল জনপ্রিয় কণ্ঠশিল্পী অপূর্ব বেজবৰুৱাৰ

শেষকৃত্য সম্পন্ন হ'ল গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী অপূর্ব বেজবৰুৱাৰ। আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ল জনপ্রিয় কণ্ঠশিল্পীগৰাকীৰ। বুধবাৰে সন্ধিয়া ৬.১৫ বজাত ৭১ বছৰ বয়সত দিছপুৰ পলিক্লিনিকটত ব্ৰেইন ষ্টকত আক্রান্ত হৈ জীৱন নাটৰ…

প্ৰথমে ভোটদান পিছত জলপান: নৰেন্দ্ৰ মোদী

আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ১১খন জিলাত ৫৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। ২৬,০২৭ টা কেন্দ্ৰত চলি…

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই পালে অন্তৰ্ৱতীকালীন জামিন

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন। ১৯ ফেব্রুৱাৰীলৈকে ম্যাদ থাকিব অন্তৱৰ্তীকালীন জামিনৰ। SI প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত 130/22 নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। নগাঁও জিলা বিশেষ ন্যায়াধীশৰ আদালতে গ্ৰাহ্য…

হিমবাহত আৱদ্ধ হৈ মৃত্যু ৭ সেনা জোৱানৰ

অৰুণাচল প্ৰদেশত দেওবাৰে হোৱা হিমস্খলনত আৱদ্ধ হৈ পৰা ৭ সেনা জোৱানৰ শৱদেহ মঙলবাৰে উদ্ধাৰ কৰা হয় ৷ সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হয় যে অৰুণাচল প্ৰদেশৰ কামেঙ সীমান্তত বৰফৰ স্তুপত আবদ্ধ হৈ পৰা ৭ জন সেনা জোৱানৰে মৃত্যু হৈছে ৷ সীমান্তত…