উদ্যোগপতি ৰাহুল বাজাজ আৰু নাই……

Share This Article

উদ্যোগপতি ৰাহুল বাজাজ আৰু নাই। ৮৩ বছৰ বয়সত মৃত্যু হয় উদ্যোগপতি বাজাজৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ৰাহুল বাজাজ। ২০০১ চনত পদ্মভূষণ সন্মানো লাভ কৰিছিল বাজাজে। ১৯৬৫ চনত বাজাজ গ্ৰুপৰ দায়িত্ব গ্ৰহণ কৰা উদ্যোগপতিজনে ২০২১ বৰ্ষত অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল। উদ্যোগপতিজনৰ মৃত্যুত বায়কনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ কিৰণ মজুমদাৰ, পৰিৱহন মন্ত্রী নীতিন গাডকাৰী, কংগ্রেছ নেতা পি চিদাম্বৰাম, এন চি পি নেতা শৰদ পাৱাৰৰ লগতে বিভিন্নজনে শোক প্রকাশ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.