উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ পৰা আঁতৰিল ‘বিহু’

Share This Article

উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ পৰা আঁতৰিল বিহু। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্রমৰ পৰা ৰাজ্য চৰকাৰে আঁতৰাই দিলে ঐচ্ছিক বিষয় বিহু। লগতে আঁতৰাই দিলে স্বদেশ অধ্যয়নৰ পাঠ্যক্রম। আনহাতে স্কুলীয়া শিক্ষাত অন্তর্ভুক্ত হ’ল চাৰিটা নতুন ভাষা। তিৱা, দেউৰী, মিচিং আৰু ৰাভা ভাষা অন্তর্ভুক্ত হ’ল ৰাজ্যৰ স্কুলীয়া শিক্ষাত। প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে ছাত্র-ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব এই চাৰিটা ভাষাত। এইকথা ঘোষণা ৰাজ্য চৰকাৰৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.