Investigative reporting with dedication.

বিহু, স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ পৰা আতঁৰোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ। ঘোষণা শিক্ষা সংসদৰ। উল্লেখ্য, শনিবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বিহু আৰু স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ আঁতৰাই দিয়াৰ কথা।




