সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

“টীম মোদী”ৰ ৪২% মন্ত্ৰী অপৰাধত অভিযুক্ত , ৯০ % কৌটিপতি

নতুন ৰূপত গঠন হ’ল মোদী মন্ত্ৰীসভা ৷ ৩৬ খন নতুন মুখেৰে নৰেন্দ্ৰ মোদীৰ ৭৮ জনীয়া নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিলে ৷নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভা সন্দৰ্ভত এছোচিয়েট ডেএম’ক্ৰেটিক ৰিফ’ৰ্ম নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ৷এ…

উপ – নিৰ্বাচনত বিৰোধীৰ এজনকৈ উমৈহতীয়া প্ৰাৰ্থী !

ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত উপ – নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ উপ –নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হ’ল -গোসাইগাঁও , তামুলপুৰ, মাজুলী আৰু মৰিয়ণি ৷ গোসাইগাও আৰু তামুলপুৰৰ বিধায়ক দুগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে ৷ মাজুলীৰ…

কেৰালাত আতংকৰ সৃষ্টি কৰা কি এই জিকা ভাইৰাছ?

কৰোনাৰ আতংক অব্যাহত৷তাৰমাজতে কেৰালাত এতিয়া জিকা ভাইৰাছৰ আতংক  আৰম্ভ হৈছে৷কিন্তু কেৰালাত আতংকৰ সৃষ্টি কৰা কি এই জিকা ভাইৰাছ? জিকা ভাইৰাছ হৈছে এডিচ প্ৰজাতিৰ এবিধ মহৰ দ্বাৰা সংক্ৰমিত এবিধ ভাইৰাছ৷এডিচ প্ৰজাতিৰ মহে সাধাৰণতে দিনত কামোৰে আৰু…

ইটালী বনাম ইংলেণ্ড -১

জুৰি বৰুৱাৰ কলমত- মুছোলিনি আৰু মাৰ্ক’ প’ল’ৰ দেশ ইটালী ৷ বেনিট’ মুছোলিনি আছিল বিংশ শতিকাৰ ইউৰোপৰ প্ৰথমজন একনায়কত্ববাদী শাসক ৷ ফেচিষ্ট ৰাজনীতিৰ ইতিহাসত কোনে পাহৰিব পাৰে মুছোলিনিক! আনহাতে মাৰ্ক’ প’ল’ আছিল এজন সদাগৰ যি এছিয়াৰ চিল্ক ৰোড হৈ…

মুখ সলনি হল৷সলনি হবনে মোদী চৰকাৰৰ চৰিত্ৰ ?

মুখ সলনি হল৷সলনি হবনে চৰিত্ৰ?ব্যাপক ৰদ বদল হল মোদী চৰকাৰৰ৷নতুন মুখে সলনি কৰিলে মোদী চৰকাৰক৷কিন্তু প্ৰশ্ন হয়-এইবাৰ চৰিত্ৰও সলনি হবনে মোদী চৰকাৰৰ? মোদী কেবিনেটত কাৰোবাক নতুনকৈ সংযোজন কৰা হল,কাৰোবাক প্ৰমোচন দিয়া হল৷সমান্তৰালভাবে কাৰোবাক…

প্ৰশান্ত কিশোৰৰ নতুন ৰাজনৈতিক দল!কোন কোন থাকিব প্ৰশান্ত কিশোৰৰ বিজেপি বিৰোধী অভিযানত?

বিজেপিৰ সন্মুখত এইবাৰ প্ৰত্যহ্বান কেৱল কংগ্ৰেছ,আপ অথবা তৃণমূল কংগ্ৰেছ নহয়৷ বিজেপিৰ সন্মুখত এইবাৰ প্ৰত্যাহ্বান প্ৰশান্ত কিশোৰৰ নিজা দল৷বিহাৰৰ পৰা আৰম্ভ হব প্ৰাশান্ত কিশোৰৰ ৰাজনৈতিক অভিযান৷ দেশজুৰি আৰম্ভ হৈছে বিজেপি বিৰোধী মহাশক্তি গঠনৰ…

দৰিদ্ৰতা অতিক্ৰমি কেনেকৈ বৃহৎ অৰ্থনীতিত পৰিণত হ’ল দক্ষিণ কোৰিয়া?

বিপুল কলিতাৰ কলমত- শেহতীয়া এক তথ্য অনুসৰি গৱেষণা আৰু বিকাশৰ শিতানত ব্যয় কৰাৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰা দেশখনেই হৈছে দক্ষিণ কোৰিয়া ৷ দক্ষিণ কোৰিয়াই যোৱা চাৰি দশকত এক উচ্চ-প্ৰযুক্তিৰ ঔদ্যোগিক অৰ্থনীতিত পৰিণত হ'বলৈ সক্ষম হৈছে আৰু…

২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -৪

অৰূপ কলিতাৰ কলমত- ১৯৯৮ চনৰ ৫ মাৰ্চত পৰাজয়ৰ বিশ্লেষণৰ বাবে চি ডব্লিউ চিৰ বৈঠক অনুষ্ঠিত হ’ল ৷ বৈঠকত ছোনিয়া গান্ধীয়ে পোনপটীয়াকৈ দলৰ দায়িত্ব লোৱাৰ দাবী উত্থাপন হ’ল ৷ খঙত জ্বলি পকি উঠিল সীতাৰাম কেশৰী ৷ তেও মুকলিকৈ শাৰদ পাৱাৰ , তাৰিক আনৱাৰৰ…

মোদীৰ পৰীক্ষাত কোন পাছ , কোন ফেইল ? সবিশেষ পঢ়ক-

পৰীক্ষা অনুষ্ঠিত নহল চিবিএছই আৰু ৰাজ্যিক ব'র্ডৰ৷ কিন্তু  ৰিজাল্ট ওলাব ৷পূর্বৰ পাৰদৰ্শিতাৰ ভিত্তিত  প্ৰদান কৰা হব নতুন ফলাফল৷ তথাপি ফলাফলৰ অপেক্ষাত এতিয়া ছাত্ৰ-ছাত্ৰী , অপেক্ষাত অছে অভিভাবকসকলো ৷মেট্ৰিক , হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলৰ অপেক্ষাৰ…

ভাৰতত কিয় এতিয়াও উপলব্ধ হোৱা নাই আমেৰিকান ভেকচিন ?

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰশাসনে ভাৰতক প্ৰদান কৰা ভেকচিনসমূহ এতিয়াও সৰ্বসাধাৰণৰ বাবে উপলব্ধ হোৱা নাই ৷ অথচ চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশৰ নাগৰিকে লাভ কৰিছে আমেৰিকান ভেকচিন ৷  কিন্তু কিয় ? বাখ্যা আগবঢ়াইছে আমেৰিকান এম্বেছীয়ে ৷…