টেগ thecrosscurrent

নতুন টীম মোদীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি ?

ক্ষন্তেক পাছতে নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভাৰ ৪৩ গৰাকীকৈ মন্ত্ৰীয়ে শপত ল’ব ৷ ইয়াৰে ২৪ গৰাকী হ’ব নতুন মুখৰ মন্ত্ৰী ৷ বিগত সাত বছৰত এইখনেই হ’ব নৰেন্দ্ৰ মোদীৰ আটাইতকৈ ডাঙৰ মন্ত্ৰীসভা ৷ এই নতুন মন্ত্ৰীসভাৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে – অভিজ্ঞতা…

অসমত কিয় , কোনে বলবৎ নকৰে মাইক্ৰ’ফাইনেন্স ৰেগুলেশ্যন আইন ?

নাহৰকটীয়াৰ দুহেজাৰ মহিলাই হাতেবোৱা দুহেজাৰ গামোচা উপহাৰ দিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ৷ জনসংযোগ বিভাগে প্ৰকাশ কৰা বিবৃতি অনুসৰি মইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ পাছত এইদৰেই গামোচাৰে মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে নাহৰকটীয়াৰ মহিলাসকলে ৷ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইক…

কংগ্ৰেছৰ পৰাজয় অৱধাৰিত

অৰূপ কলিতা কংগ্ৰেছ কেৱল অসমতে বিধ্বস্ত হোৱা নাই ৷ শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিখন ৰাজ্যতে কংগ্ৰেছে শোচনীয় প্ৰদৰ্শন কৰিছে ৷ অসমত ৯৩ খন আসনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছে মাত্ৰ ২৯ খন আসনত ৷ পশ্চিমবংগত প্ৰতিদ্বন্দিতা কৰিছিল ৯২ খন আসনত ৷…

মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে কিয় এইসকল কোভিড যোদ্ধাক?

কোভিডৰ ভয়াৱহতাৰ সময়ত নিজক তুচ্ছ জ্ঞান কৰি তেওঁলোক কোভিড বিৰোধী যুদ্ধৰ সন্মুখৰ শাৰীত থিয় হৈছিল।নিজৰ জীৱনৰ প্ৰতি অহা চৰম সংশয়ক আওকাণ কৰি তেওঁলোক আনৰ জীৱন ৰক্ষাৰ যুঁজত অৱৰ্তীন হৈছিল।সংকটৰ সময়ত আনৰ জীৱন ৰক্ষা কৰা এইসকল কোভিড যোদ্ধা আজি নিজেই সংকটৰ…

অসমত ২০২২ চনৰ পৰা নাথাকিব মাদ্ৰাছা।

অসমত ২০২২ চনৰ পৰা নাথাকিব মাদ্ৰাছা।২০২১ চনত শেষবাৰলৈ অনুষ্ঠিত হ’ব মাদ্ৰাছা পৰীক্ষা। মাধ্যমিক শিক্ষাৰ অধীনলৈ আহিব মাদ্ৰাছাৰ শিক্ষানুষ্ঠান। ৰাজ্যিক মাদ্ৰাছা বর্ডকো ভংগ কৰা হ’ব। বন্ধ হ’ব ১৮৯ খন হাইমাদ্ৰাছা বিদ্যালয়। আৰু ৫৪২ খন মাদ্ৰাছা বিদ্যালয় বন্ধ হ’ব ২০২১ চনত। এই…

ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ দিহিং পাটকাই অভ্যাৰণ্যৰ।

ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিলে দিহিং পাটকাই অভ্যাৰণ্যই। ৰাজ্যপালৰ অনুমোদনৰ পাছতেই লাভ কৰিলে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি। বিগত মে মাহত অবৈধ কয়লা খননৰ বাবে দিহিং পাটকাই বিশেষ চৰ্চালৈ আহিছিল। তাৰ পাছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিবলৈ বন…

কৃষক বিদ্রোহক সমৰ্থন জনাই এজন DIGৰ পদত্যাগ।

কৃষক বিদ্রোহে ১৯ দিনত ভৰি দিলে। আৰু এই কৃষক বিদ্রোহক সমৰ্থন জনাই এজন DIG য়ে পদত্যাগ কৰিছে নিজৰ DIG পদৰ পৰা। পাঞ্জাৱৰ কাৰাগাৰৰ DIG লক্ষ্মীন্দৰ সিং জাখৰেই নিজৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে চৰকাৰলৈ ইস্তফা পত্ৰ প্ৰেৰণ কৰিছে…

দিল্লীত কৃষকৰ অন্নশন কাৰ্যসূচীত অংশগ্ৰহণ ‘আপ’ৰ।

ক্ৰমে তীব্ৰতৰ হৈ পৰিছে কৃষক আইন বিৰোধী আন্দোলন। আজি দিল্লীৰ সিংঘু সীমান্তত বিদ্ৰোহী কৃষকৰ সংগঠনে পুৱা ৮ বজাৰ পৰা অন্নশনত অংশগ্ৰহণ কৰিছে। জানিব পৰা মতে এই অন্নশন কাৰ্যসূচীত অংশগ্ৰহণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আজি প্ৰত্যক্ষভাবে আন্দোলনত অংশগ্ৰহণ আপৰ। বিগত ১৮…

ৰিজৰ্ট পলিটিক্সৰ আৰম্ভণি অসমত!

ৰিজৰ্ট পলিটিক্স।নিৰ্বাচিত প্ৰতিনিধিক নজৰ বন্দীত ৰখাৰ এক উপায়।নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে কোনো এটা দলৰ বিজয়ী প্ৰাৰ্থীক অন্য দলে ক্ৰয় কৰি নিয়াৰ সম্ভৱনা থাকে।কেতিয়াবা মিত্ৰদলৰ বিজয়ী প্ৰাৰ্থীও আন দলৰ ওচৰত বিক্ৰী হৈ যাব পাৰে।তেনে সম্ভাৱনাৰ পৰা ৰৈ ৰক্ষা পাবলৈ চৰকাৰ গঠন…

হাগ্ৰামাৰ পদূলিত পিকনিক খাব পাৰিবনে হিমন্ত বিশ্ব শৰ্মাই?

UPPL এ অগ্ৰগতি লাভ কৰি আছে: ১৩ খন আসনত।BJP এ অগ্ৰগতি লাভ কৰি আছে: ১১ খন আসনত।BPF এ অগ্ৰগতি লাভ কৰি আছে: ১৪ খন আসনত।আৰু GSPএ অগ্ৰগতি লাভ কৰি আছে: ০১ খন আসনত।ইতিমধ্যে জয়লাভ কৰিছে BPF ৰ ০৫ জন প্ৰাৰ্থী…