হাগ্ৰামাৰ পদূলিত পিকনিক খাব পাৰিবনে হিমন্ত বিশ্ব শৰ্মাই?

UPPL এ অগ্ৰগতি লাভ কৰি আছে: ১৩ খন আসনত।
BJP এ অগ্ৰগতি লাভ কৰি আছে: ১১ খন আসনত।
BPF এ অগ্ৰগতি লাভ কৰি আছে: ১৪ খন আসনত।
আৰু GSPএ অগ্ৰগতি লাভ কৰি আছে: ০১ খন আসনত।
ইতিমধ্যে জয়লাভ কৰিছে BPF ৰ ০৫ জন প্ৰাৰ্থী আৰু UPPL ৰ ০১ জন প্ৰাৰ্থীয়ে।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে