টেগ thecrosscurrent

আজিৰে পৰা ৰাজ্যত পুনৰ কা’ বিৰোধী আন্দোলন ।

২০১৯ৰ দৰে আজিৰে পৰা পুনৰ ৰাজ্যত কা’ বিৰোধী আন্দোলন । আজি শিৱসাগৰৰ পৰা আৰম্ভ হ’ব কা’ বিৰোধী আন্দোলন। কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি প্ৰায় ১৮ টা সংগঠনে কৰিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন। যিহেতু আজিৰ দিনটো ক’লা দিৱস হিচাপে ঘোষণা…

আকৌ আন্দোলন কৰিব ছাত্র সমাজে

10 ডিচেম্বৰ,2019।উত্তপ্ত অসম,জাগ্ৰত অসমীয়া।শদিয়াৰ পৰা ধুবুৰীলৈ জনতাৰ বিক্ষোভ। সমগ্ৰ অসমৰ ছাত্ৰ সমাজ, বুদ্ধিজীৱী সমাজ, শিল্পী সমাজ, নাগৰিক সমাজ সকলোৱে একেলগ হৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল। বিপৰীতে আৰক্ষীৰ লাঠী চার্জ,কন্দুৱা গেছ,শূণ্যলৈ গুলি চালনা। শ্বহীদ হৈছিল পাঁচ জনকৈ অসমীয়া যুৱক। কিন্তু…

আমেৰিকাই ভাৰতক বিক্ৰী কৰিলে ৩৪০ কোটি ডলাৰৰ অস্ত্ৰ।

২০২০ চনত ভাৰতে ক্ৰয় কৰিলে ৩৪০ কোটি ডলাৰৰ অস্ত্ৰ। কাৰ্যকালৰ অন্তিমটো বছৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতক বিক্ৰী কৰিলে অস্ত্ৰ। আমেৰিকাৰ প্ৰতিৰক্ষা সুৰক্ষা সহযোগিতা এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ পৰা ভাৰতে অস্ত্ৰ ক্ৰয়ত খৰছ কৰা ধনৰ পৰিমাণ ২০১৯ চনত ৬২…

ভূমি পূজন হ’ল ৯৭১ কোটি টকীয়া নতুন সংসদ ভৱনৰ।

বহু বিতৰ্কৰ পাছতো আজি অনুষ্ঠিত হ’ল নতুন সংসদ ভৱনৰ ভূমি পূজন অনুষ্ঠান। বিয়লি ১২:৫৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ভূমি পূজনৰ জৰিয়তে নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিৰলা…

কেনেকৈ বাঢ়িল এভাৰেষ্টৰ উচ্চতা?

আপোনালোকে পাহাৰ খহা দেখিছে অথবা শুনিছে। কিন্তু পাহাৰ গঢ়া দেখিছেনে? আজি শুনক এটা শৃংগ গঢ়ি উঠাৰ কথা। বিশ্বৰ সৰ্বোচ্চ শৃংগটোৱেওই হৈছে মাউন্ট এভাৰেষ্ট। এই মাউন্ট এভাৰেক্টৰেই উচ্চতা বাঢ়িছে। এই কথা যুটীয়াভাবে ঘোষণা কৰিছে চীন আৰু নেপালে। বৰ্তমান মাউন্ট এভাৰেষ্টৰ উচ্চতা…

১১ ডিচেম্বৰত কি হ’ব?

অহা ১১ ডিচেম্বৰৰ দিনটোত ক’লা দিৱস উদযাপন কৰাৰ ঘোষণা উত্তৰ পূব ছাত্র সন্থাৰ। উল্লেখ্য যে, ২০১৯ চনৰ ১১ ডিচেম্বৰতেই সদনত নাগৰিকত্ব আইন গৃহীত হৈছিল। সেয়ে উত্তৰ পূব ছাত্র সন্থাই ১১ ডিচেম্বৰৰ দিনটো ক’লা দিন হিচাপে ঘোষণা কৰি প্ৰতিবছৰে এই দিৱস…

১০ ডিচেম্বৰত BTC ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

১০ ডিচেম্বৰ অৰ্থাৎ কাইলৈ BTC ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯ টা পৰিষদীয় সমষ্টিত হ’ব ভোটগ্ৰহণ। ইতিমধ্যেই দুয়োখন জিলাত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ১,৪০৭ টা ভোটগ্ৰহন কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ১১১জন…

কি কি বন্ধ থাকিব আৰু কি কি খোলা থাকিব ৮ চেপ্তেম্বৰৰ ভাৰত বন্ধত !

সিন্ধু সীমাত আন্দোলনৰত যোগেন্দ্ৰ য়াদবে জনাই: ৮ তাৰিখে কৃষক বিদ্ৰোহৰ সমৰ্থনত বন্ধ থাকিব সমগ্ৰ দেশ। গধুলি ৩ বজালৈ অব্যাহত থাকিব চকা বন্ধৰ কাৰ্যসূচী। দূগ্ধ, ফল-মূল, শাক-পাছলিৰ সৰবৰাহ বন্ধ কৰিব বিদ্ৰোহীয়ে। আনহাতে, তৎকালীন সেৱাসমূহত কোনো ধৰণৰ বাধা নাথাকিব।

CAA ৰ বিৰুদ্ধে পুনৰ সৰব কণ্ঠশিল্পী জুবিন গাৰ্গ।

CAA ৰ বিৰুদ্ধে পুনৰ সৰব হ’ল কণ্ঠশিল্পী জুবিন গাৰ্গ। আগন্তক জানুৱাৰী মাহত নাগৰিকত্ব সংশোধনী আইন বলৱত্‍ হ’লে আকৌ ৰাজপথৰ আন্দোলনত নমাৰ হুংকাৰ দিলে জুবিন গাৰ্গে। জুবিন গাৰ্গে কয় যে, ‘সমগ্ৰ দেশতে জানুৱাৰীৰ পৰা কা’ বলৱত্‍ হ’লে আমি সহজে এৰি নিদিওঁ।…

আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত জাতীয় শ্বহীদক অপমান এবিভিপি কৰ্মীৰ

উদ্ভদালিৰ সকলো সীমা পাৰ কৰি অসম আৰু অসমীয়া জাতিৰ নামত শ্বহীদ হোৱা অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক অপমান ABVP কৰ্মীৰ।বিজেপিৰ পৃষ্ঠপোষকতাত চলা ABVP ৰ কৰ্মীয়ে উদ্ভদালিৰ চৰম সীমা পাৰ কৰি অসম আন্দোলনৰ শ্বহীদক অপমান কৰি তেওলোকৰ সুঁৱৰি আয়োজন কৰিবলগীয়া শ্বহীদ…