ভূমি পূজন হ’ল ৯৭১ কোটি টকীয়া নতুন সংসদ ভৱনৰ।

Share This Article

বহু বিতৰ্কৰ পাছতো আজি অনুষ্ঠিত হ’ল নতুন সংসদ ভৱনৰ ভূমি পূজন অনুষ্ঠান। বিয়লি ১২:৫৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ভূমি পূজনৰ জৰিয়তে নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আদি। উল্লেখ্য যে ২০২২ চনৰ ভিতৰত ৯৭১ কোটি টকা ব্যয়ৰে সম্পূৰ্ণ কৰি তোলাৰ কথা জনোৱা হৈছে। নতুন সংসদ ভৱনত লোকসভাত ৮৮৮ গৰাকী আৰু ৰাজ্যসভাত ৩৮৪ গৰাকী সাংসদে আসন গ্ৰহণ কৰিব পাৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.