১০ ডিচেম্বৰত BTC ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

Share This Article

১০ ডিচেম্বৰ অৰ্থাৎ কাইলৈ BTC ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯ টা পৰিষদীয় সমষ্টিত হ’ব ভোটগ্ৰহণ। ইতিমধ্যেই দুয়োখন জিলাত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ১,৪০৭ টা ভোটগ্ৰহন কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ১১১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব এই নিৰ্বাচনত। ১৯ টা সমষ্টিত ভোটাৰৰ সংখ্যা ১০,২৩,৪০৪ গৰাকী।বিগত ৭ ডিচেম্বৰত BTC ৰ ২১ টা পৰিষদীয় সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.