কৃষক বিদ্রোহক সমৰ্থন জনাই এজন DIGৰ পদত্যাগ।

Share This Article

কৃষক বিদ্রোহে ১৯ দিনত ভৰি দিলে। আৰু এই কৃষক বিদ্রোহক সমৰ্থন জনাই এজন DIG য়ে পদত্যাগ কৰিছে নিজৰ DIG পদৰ পৰা। পাঞ্জাৱৰ কাৰাগাৰৰ DIG লক্ষ্মীন্দৰ সিং জাখৰেই নিজৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে চৰকাৰলৈ ইস্তফা পত্ৰ প্ৰেৰণ কৰিছে DIG লক্ষ্মীন্দৰ সিং জাখৰে। জানিব পৰা মতে – তেওঁৰ দেউতাক এজন কৃষক। আৰু তেওঁ কৃষকৰ পুত্ৰ হোৱাৰ বাবেই কৃষকৰ বিক্ষোভক সমৰ্থন জনাই নিজৰ DIG পদ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.