কেনেকৈ ৰাজ কুন্দ্ৰাই প্ৰচাৰ কৰে অশ্লীল চিনেমা ?
ৰাজ কুন্দ্ৰা ৷ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৷ লগতে এগৰাকী সফল ব্যৱসায়ী ৷ আই পি এলতো অংশীদাৰীত্ব আছে ৰাজ কুন্দ্ৰাৰ ৷ সাধাৰণ ৰেষ্টুৰেণ্টৰ ব্যৱসায়ৰ পৰা কেৰিয়াৰ আৰম্ভ কৰি আজি ৰাজ কুন্দ্ৰা আজি এজন আৰৱপতি ৷ কিন্তু ৰাজ কুন্দ্ৰাই টকা ঘটে কেনেকৈ…