সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

কেনেকৈ এ আৰ ৰহমানৰ মিউজিক চুৰিত অভিযুক্ত হ’ল অসম চৰকাৰ ?

সংগীত জালিয়াতিৰ অভিযোগত অভিযুক্ত হৈছে অসম চৰকাৰ ৷ বিশ্ব বিশ্ৰুত সংগীতজ্ঞ এ আৰ ৰহমানৰ মিউজিক চুৰিৰ অভিযোগ উত্থাপণ হৈছে অসম চৰকাৰৰ বিৰুদ্ধে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সম্পূৰ্ণ কৰিলে ১০০ টা দিন ৷ ১০০ দিন…

তালিবানৰ দখলত আফগানিস্তান : ইয়াৰ পাছত কি ?

বিপুল কলিতা এনে খুব কম মানুহ ওলাব , যিয়ে সন্ত্ৰাস আৰু বৰ্বৰতাৰ সমাৰ্থক শব্দ হৈ পৰা তালিবানৰ নাম শুনা নাই। ইছলামিক "শৰিয়া" আইনক  কঠোৰভাৱে প্ৰয়োগ কৰাৰ লক্ষ্যৰে,  স্থানীয়  আফগানসকলক ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ তালিবান আৰু তেওঁলোকৰ…

প্ৰশিক্ষণৰ সময়তে ১ জন জোৱানৰ মৃত্যু , ৩০ চিকিৎসাধীন

প্ৰশিক্ষণৰত অৱস্থাতে কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এজন ভাৰতীয় সেনা জোৱানে ৷ এই ঘটনা সংঘটিত হৈছে পাঠানকোটৰ সমীপৰ ভাৰতীয় সেনাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি পাঠানকোটৰ সমীপৰ মামুন সেনা শিবিৰত হিট ষ্ট্ৰ’কৰ ফলত এজন…

কাবুলত ৭২ ভাৰতীয়ক অপহৰণ তালিবানৰ !

কাবুল বিমান বন্দৰলৈ যোৱাৰ পথত তালিবানে ১৫০ গৰাকী ব্যক্তিক অপহৰণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ অপহৃতসকলৰ ভিতৰত বহুকেইগৰাকী ভাৰতীয়ও আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ ৷ জানিব পৰা মতে , কাবুল বিমানবন্দৰলৈ যোৱাৰ পথতে এই ব্যক্তিসকলক তালিবানে…

তালিবানক সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ হ’ল কোন কোন ?

তালিবানক সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ তালিকা – মৌলানা ফাইজুল কৰিম (৪৯), দৰঙ আবু বক্কৰ ছিদ্দিকী (৫৫) , কামৰূপ(গ্ৰাম্য) ছাইদুল হক (২৯), কামৰূপ(গ্ৰাম্য) জাৱেদ মজুমদাৰ , কাছাৰ মজিদুল ইছলাম (২৫) , বৰপেটা ফাৰুক…

ডিটেনশ্যন চেন্টাৰৰ নতুন নাম কি ?

অসমত থকা ডিটেনশ্যন চেন্টাৰসমূহ এতিয়াৰে পৰা পৰিচিত হ’ব ‘ট্ৰানজিত কেম্প’ হিচাপে৷ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিব নীৰজ বাৰ্মা স্বাক্ষৰিত এখন জাননীত এই ঘোষণা কৰা হয় ৷ ৰাজ্যত বৰ্তমান ৬ টা ডিটেশ্বন চেন্টাৰ আছে ৷ এই ডিটেনশ্ব…

নাগপুৰত ১১ বছৰে কি কৰিছিল তালিবান যোদ্ধাই ?

১১ বছৰ ধৰি নাগপুৰত অবৈধভাৱে বসবাস কৰিছিল এজন তালিবান যোদ্ধাই ৷ এই তালিবান যোদ্ধাৰ ফটো শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছত হতচকিত হৈ পৰিছে দেশৰ নিৰাপত্তা সংস্থাসমূহ অফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে বহু তালিবান যোদ্ধাৰ ফটো প্ৰকাশ পাইছে ৷ তাৰ…

বিৰোধীৰ বৈঠক : ছোনিয়া গান্ধীয়ে প্ৰথমবাৰৰ বাবে কি ডাঙৰ আহ্বান জনালে ?

লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে বিৰোধী দলসমূহে ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ আ্হ্বানমৰ্মে শুকুৰবাৰে ১৯ বিৰোধী দলৰ নেতাৰ এখন ভাৰ্ছুয়েল বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত টি এম চি , এন চি পি , ডি এম কে , শিৱসেনা , জে এম এম , চি পি আই , চি পি…

ৰাজীৱ গান্ধীক লৈ ডায়েৰীত কি লিখিছিল ছোনিয়া গান্ধীয়ে  ?

“ যেতিয়া তুমি কাৰোবাক সচাঁকৈ ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় ৷ তুমি কেৱল নিজৰ প্ৰিয়জনক বিচাৰিবলৈ আৰম্ভ কৰা …আৰু মই বিচাৰো কেৱল ৰাজীৱক ৷

চৰকাৰৰ ১০০ দিন : কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ?

ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ১০০ টা দিন সম্পূৰ্ণ । এশ দিন সম্পূৰ্ণ হোৱা সময়ত কেবাটাও বৃহৎ ঘোষণা ৷ কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: শৰ্মাৰ?  বৃদ্ধি কৰা হ’ব অৰুণোদয় আঁচনিৰ ধন ।  ১০০০ টকালৈ বৃদ্ধ কৰা হ’ব মাহিলী ভাট্টা ।  হেণ্ডিমেন- বাছ…