প্ৰশিক্ষণৰ সময়তে ১ জন জোৱানৰ মৃত্যু , ৩০ চিকিৎসাধীন

Share This Article

প্ৰশিক্ষণৰত অৱস্থাতে কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এজন ভাৰতীয় সেনা জোৱানে ৷ এই ঘটনা সংঘটিত হৈছে পাঠানকোটৰ সমীপৰ ভাৰতীয় সেনাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি পাঠানকোটৰ সমীপৰ মামুন সেনা শিবিৰত হিট ষ্ট্ৰ’কৰ ফলত এজন সেনা জোৱানৰ মৃত্যু হোৱাৰ লগতে ৩০ জন জোৱান অসুস্থ হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে ৷

শণিবাৰে পুৱা প্ৰচণ্ড গৰমৰ মাজত প্ৰশি্ক্ষণ লৈ থকা অৱস্থাত এই দুৰ্ভগ্যজনক ঘটনাতো সংঘটিত হয় ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.