সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

ৰাষ্ট্ৰসংঘৰ কৰ্মীকো মাৰপিট তালিবানৰ

এইবাৰ ৰাষ্ট্ৰসংঘৰ কৰ্মীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপণ হৈছে তালিবানৰ বিৰুদ্ধে ৷আনকি আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ কেবাটাও কাৰ্যালয়ত তালিবানে লুটপাত চলোৱাৰ বাতৰিও ৰয়টাৰ্ছে প্ৰকাশ কৰিছে ৷ ৰাষ্ট্ৰসংঘৰ গোপন নথিত এনেধৰণৰ এক ডজন ঘটনাৰ কথা উল্লেখ কৰা…

আৰু কিমান নন্দিতাই প্ৰাণ দিব লাগিব ?

নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই৷ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ধেমাজিৰ নন্দিতা শইকীয়াই আজি শেষ নিশ্বাস ত্যাগ কৰিলে৷কেৱল ধেমাজিতেই নহয়,এই ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে৷ সমান্তৰালভাবে নন্দিতা শইকীয়া আক্ৰমণৰ…

১০০ কৌটিৰ সম্পত্তি গঢ়া ছইবৰক বচাবলৈ তৎপৰ কোন বিধায়ক ?

নামে – বেনামে সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হ’ল এ চি এছ বিষয়া ছইবৰ ৰহমান ৷ ধুবুৰীৰ প্ৰাক্তণ অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানে চাকৰি কালত তেওৰ নিজৰ , দুগৰাকী পত্নীৰ নামত ক্ৰয় কৰিছিল ১০০ কৌটিতকৈও অধিক মূল্যৰ ভূ- সম্পত্তি ৷ মুঠ ৮৯ টা স্থানত থকা এই…

এখন ৰাজ্যৰ আৰক্ষীয়ে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব পাৰেনে?

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে। আৰক্ষীয়ে ৰাণেক গ্ৰেপ্তাৰ কৰাৰ পিছতেই সমগ্ৰ দেশতেই সৃষ্টি হৈছিল কৌতুহল আৰু বিতৰ্কৰ। বিগত দুটা দশকত প্ৰথমবাৰৰ বাবে…

পুনৰ উত্তাল অসম-মেঘালয় সীমান্ত

অসমৰ ভূমিত পুনৰ মেঘালয়ৰ আগ্ৰাসনৰ চেষ্টা। ১৫০ জনীয়া খাচী দুৰ্বৃত্তৰ এটা দলে দখল কৰিবলৈ চেষ্টা কৰিছিল অসমৰ ভূমি। পশ্চিম কাৰ্বি আংলঙৰ উমলাফেৰত অসম মেঘালয় সীমান্তত সংঘটিত হয় এই ঘটনা। ১৫০ জনীয়া দুৰ্বৃত্তৰ দলটোৱে অসম আৰক্ষীৰ শিবিৰ প্ৰায় ৪০…

কোন প্ৰাক্তন মন্ত্ৰীয়ে পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰি আছে ?

আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান আল- জাজিৰাই টুইটাৰযোগে ৰাজহুৱা কৰা কেইখনমান বিশেষ ফটোত আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী তথা চৈয়দ আহমেদ শ্বাহ সাদাতে জাৰ্মানীত পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰি থকাৰ দৃশ্য দেখা গৈছে ৷ সাদাতে অক্সফৰ্ড…

পাকিস্তানী নেত্ৰীৰ দাবী : কাশ্মীৰ দখল কৰাত তালিবানে সহায় কৰিব পাকিস্তানক  

পাকিস্তানৰ শাসক দলৰ এগৰাকী নেত্ৰীৰ দাবী – আফগানিস্তান দখল কৰাত তালিবানক সহায় কৰিছে ইছলামাবাদে ৷ বিনিময়ত তালিবানে এইবাৰ কাশ্মীৰ দখল কৰি পাকিস্তানৰ হাতত তুলি দিব ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল তেহৰিক –ই – ইনছাফৰ নেত্ৰী নীলম ইৰছাদ…

আফগান নাগৰিকক বিমান বন্দৰলৈ যোৱাত বাধা কিয় ?

তালিবানে ইতিমধ্যে আফগান নাগৰিকক আফগানিস্তানৰ পৰা বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে৷  আফগান তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মোজাহিদে এই ঘোষণা কৰি কয় যে কাবুল বিমানবন্দৰত সৃষ্টি হোৱা অভাবনীয় ভিৰ কমাবলৈ আৰু সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব…

দেশৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে কিমান বিচাৰাধীন গোচৰ আছে ন্যায়ালয়ত?

বিগত মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ'ল এখন বিশেষ প্ৰতিবেদন। CBI আৰু Directorate of Enforcementৰ দ্বাৰা দাখিল কৰা সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে থকা অমীমাংসিত গোচৰৰ বহু বিস্ফোৰক তথ্য উন্মোচন কৰিছে এই প্ৰতিবেদনখনে। উচ্চতম…

সচাঁকৈয়ে তালিবানে হাইজেক কৰিছে নেকি ইউক্ৰেইনৰ বিমান?

আফগানিস্তানলৈ উদ্ধাৰ অভিযানৰ বাবে যোৱা ইউক্ৰেইনৰ এখন বিশেষ বিমান হাইজেক কৰিছে কোনো অচিনাক্ত দুৰ্বৃত্তই। ইউক্ৰেইন চৰকাৰৰ উপ বিদেশ মন্ত্ৰী গৰাকীয়ে সদৰি কৰে এই চাঞ্চল্যকৰ তথ্য। প্ৰাপ্ত তথ্য অনুযায়ী ইতিমধ্যেই ইৰানলৈ লৈ যোৱা হৈছে বিমানখন। বিদেশ…