Investigative reporting with dedication.
দেশৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে কিমান বিচাৰাধীন গোচৰ আছে ন্যায়ালয়ত?

বিগত মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ’ল এখন বিশেষ প্ৰতিবেদন। CBI আৰু Directorate of Enforcementৰ দ্বাৰা দাখিল কৰা সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে থকা অমীমাংসিত গোচৰৰ বহু বিস্ফোৰক তথ্য উন্মোচন কৰিছে এই প্ৰতিবেদনখনে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনখনত উল্লেখ কৰা…










