পুনৰ উত্তাল অসম-মেঘালয় সীমান্ত

Share This Article

অসমৰ ভূমিত পুনৰ মেঘালয়ৰ আগ্ৰাসনৰ চেষ্টা। ১৫০ জনীয়া খাচী দুৰ্বৃত্তৰ এটা দলে দখল কৰিবলৈ চেষ্টা কৰিছিল অসমৰ ভূমি। পশ্চিম কাৰ্বি আংলঙৰ উমলাফেৰত অসম মেঘালয় সীমান্তত সংঘটিত হয় এই ঘটনা। ১৫০ জনীয়া দুৰ্বৃত্তৰ দলটোৱে অসম আৰক্ষীৰ শিবিৰ প্ৰায় ৪০ কিলোমিটাৰ পিছুৱাই নিবলৈ হেঁচা প্ৰয়োগ কৰে অসম আৰক্ষীক। প্ৰাপ্ত খবৰ অনুসৰি দুৰ্বৃত্তৰ দলটোক সহযোগ কৰে মেঘালয় আৰক্ষীয়ে। অৱশেষত তীব্ৰ বাক বিতণ্ডাৰ অন্তত উভতি যাবলৈ বাধ্য হয় খাচী দুৰ্বৃত্তৰ দলটো।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.