সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

পি পি ই কীটঃ ৰিণিকি ভূঞা শৰ্মাৰ ঠিকাক কিয় দান বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ?

পি পি ই কীটক লৈ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে প্ৰকাশ কৰা বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে অসমৰ ৰাজনীতিত ৷ সংবাদ সংস্থা দুটাই আৰ টি আই তথ্যৰ ভিত্তিত প্ৰকাশ কৰা বাতৰিত স্পষ্ট হৈ পৰিছে যে অসম চৰকাৰে জৰুৰীকালীন ক্ৰয়ৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেই জৰুৰী…

EXCLUSIVE: ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত যোগান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ধানুকাৰ

ফাদিল হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ধানুকা পৰিয়ালৰ ব্যৱসায়িক লেনদেনৰ আৰু এক গোপন অধ্যায় ৷ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ঘনশ্যাম ধানুকাৰ পৰিয়ালৰ মাজত কেৱল ঘনিষ্ঠ সম্পৰ্কই নাই , আছে ব্যৱসায়িক লেন-দেনো ৷

মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা মাত্ৰ সহজ প্ৰশ্ন

প্ৰসংগঃ চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীট ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ এখন আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই বা বিদেশৰ পৰা অহা পি পি ই কীট গ্ৰহণো কৰা নাই…

ভাৰতত ৰামৰ নামেৰে ৩৬২৬ খন,সীতাৰ নামেৰে ৭৫ খন  , ৰাৱনৰ নামেৰে ৬ খন গাও আছে ৷ আৰু কাৰ নামত কিমান গাও…

ভাৰতৰ গ্ৰামীন অঞ্চলসমূহত গাঁৱৰ নামাকৰণৰ ক্ষেত্ৰত সকলোতকৈ অধিক প্ৰাধান্য দিয়া হয় দেৱ – দেৱীৰ নামক ৷ ভগৱানৰ পাছতে গাঁৱৰ নামৰ ক্ষেত্ৰত পৌৰাণিক লোককথাৰ নায়কসকলৰ নামেৰে গাঁৱৰ নামাকৰণ কৰা হয় ৷কেৱল সেয়াই নহয় , ভাৰতৰ বহু গাঁৱৰ নাম চিনেমাৰ নামেৰেও…

মৃতদেহকো ধৰ্ষণ কৰে তালিবানে  : কাবুলৰ পৰা পলায়ন কৰা মহিলা আৰক্ষীৰ দাবী

তালিবান ৰাজত্বত আটাইতকৈ বেছি শংকিত হৈ পৰিছে মহিলাসকল ৷ আফগানিস্তানৰ মহিলাৰ সুৰক্ষাৰ বিষয়টো লৈ প্ৰতিদিনে প্ৰকাশিত হৈছে নতুন নতুন বাতৰি ৷ শেহতীয়াকৈ দেশখনৰ পৰা পলায়ন কৰা এগৰাকী মহিলা আৰক্ষীয়ে এক ভয়ংকৰ অভিযোগ উত্থাপণ কৰিছে তালিবানৰ বিৰুদ্ধে ৷…

আফগান তৰুণীক সজাইছে যৌনদাসী  : পূৰ্বৰ ন্যায়াধীশৰ মুখত তালিবানৰ নৃশংসতাৰ কাহিনী

তালিবানৰ নৃশংসতা আৰু বৰ্বৰতাৰ এক ভয়াৱহ কাহিনী সংবাদমাধ্যমৰ আগত বৰ্ণনা কৰিছে আফগানিস্তানৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশে ৷ দেশখনৰ প্ৰাক্তন ন্যায়াধীশ নাজলা আয়ুবিয়ে আমেৰিকাৰ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয়-‘সিহঁতে ঘৰে ঘৰে গৈ মহিলাসকলক…

ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীত প্ৰশিক্ষণ লোৱা ‘ছেৰু’ কেনেকৈ তালিবানৰ দুৰ্ধৰ্ষ নেতা…

ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ সকলোৰে প্ৰিয় ‘ছেৰু’ আজি তালিবানৰ দুৰ্ধৰ্ষ কামাণ্ডাৰ ৷ সেইগৰাকী ‘ছেৰু’ , যি আছিল ডেৰাডুনৰ মিলিটেৰী একাডেমীৰ এজন সুদক্ষ কেডেট , তেও আজি তালিবানৰ শীৰ্ষ নেতা ৷ শিক্ষক , সহপাঠী কোনেও বিশ্বাস কৰিব পৰা নাই এই কথা ৷কিন্তু…

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি কিমান সংখ্যক জন্মদিন ?

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি ৭৭ সংখ্যক জন্ম জয়ন্তী ৷ পুৱাই বীৰ ভূমিলৈ গৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰয়াত পিতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেওৰ লগত লোকসভাৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি কেবাজনো বিৰোধী নেতা উপস্থিত আছিল ৷…

কিয় বিৰোধী মুখ্যমন্ত্ৰীৰে বৈঠকৰ আহ্বান জনাইছে ছোনিয়া গান্ধীয়ে ?

কংগ্ৰেছ আৰু সহযোগী দলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে শুকুৰবাৰে এক বৈঠকত মিলিত হ’ব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী ৷ বিয়লি ৪ বজাত ভাৰ্ছুয়েল মাধ্যমত অনুষ্ঠিত হ’ব এই বৈঠকখন ৷ বিৰোধী শাসিত ৰাজ্যসমূহক বিভিন্ন ধৰণে বঞ্চিত কৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে ৷ এই…