সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

taliban

আফগানিস্তানৰ নাগৰিকে কেৱল ই – ভিছাৰেহে ভাৰতত প্ৰৱেশ কৰিব পাৰিব

আফগানিস্তান নাগৰিকে কেৱল ই- ভিছাৰেহে এতিয়াৰ পৰা ভাৰত ভ্ৰমণ কৰিব পাৰিব ৷ ইয়াৰ পূৰ্বে আফগান নাগৰিকৰ বাবে প্ৰৱৰ্তন কৰা সকলো ভিছা বাতিল কৰা হৈছে ৷ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে সকলো আফগান নাগৰিকে কেৱল ই- ভিছাৰেহে ভাৰতত প্ৰৱেশ…

সচাঁকৈয়ে তালিবানে হাইজেক কৰিছে নেকি ইউক্ৰেইনৰ বিমান?

আফগানিস্তানলৈ উদ্ধাৰ অভিযানৰ বাবে যোৱা ইউক্ৰেইনৰ এখন বিশেষ বিমান হাইজেক কৰিছে কোনো অচিনাক্ত দুৰ্বৃত্তই। ইউক্ৰেইন চৰকাৰৰ উপ বিদেশ মন্ত্ৰী গৰাকীয়ে সদৰি কৰে এই চাঞ্চল্যকৰ তথ্য। প্ৰাপ্ত তথ্য অনুযায়ী ইতিমধ্যেই ইৰানলৈ লৈ যোৱা হৈছে বিমানখন। বিদেশ…

তালিবানে পালন কৰা কি এই শ্বাৰিয়া আইন ?

আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে  আটাইতকৈ অসুৰক্ষিত হৈ পৰিছে মহিলাসকল ৷ তালিবানে মহিলাসকলৰ ক্ষেত্ৰত পূৰ্বৰ দৃষ্টিভংগী সলনি কৰিব বুলি ঘোষণা কৰিছে যদিও সকলো শ্বাৰিয়া আইন অনুসৰি পৰিচালিত হ’ব ৷ ইছলামৰ আটাইতকৈ কঠোৰ আইনখনেই হৈছে শ্বাৰিয়া…

আমেৰিকাক সকীয়ণি দি কি ক’লে তালিবানে ?

আমেৰিকাক আফগানিস্তানৰ পৰা সকলো সেনা প্ৰত্যাহাৰ কৰিবলৈ শেষ সময়সীমা নিৰ্ধাৰণ কৰি দিছে তালিবানে ৷৩১ আগষ্টৰ ভিতৰত আফগানিস্তান এৰিবলৈ সকীয়ণি দি  তালিবানৰ মুখপাত্ৰ চুহেল শাহীনে কয় –‘জ’ বাইডেনে কৈছিল যে ৩১ আগষ্টৰ ভিতৰত আমেৰিকান সেনাই আফগানিস্তান…

মৃতদেহকো ধৰ্ষণ কৰে তালিবানে  : কাবুলৰ পৰা পলায়ন কৰা মহিলা আৰক্ষীৰ দাবী

তালিবান ৰাজত্বত আটাইতকৈ বেছি শংকিত হৈ পৰিছে মহিলাসকল ৷ আফগানিস্তানৰ মহিলাৰ সুৰক্ষাৰ বিষয়টো লৈ প্ৰতিদিনে প্ৰকাশিত হৈছে নতুন নতুন বাতৰি ৷ শেহতীয়াকৈ দেশখনৰ পৰা পলায়ন কৰা এগৰাকী মহিলা আৰক্ষীয়ে এক ভয়ংকৰ অভিযোগ উত্থাপণ কৰিছে তালিবানৰ বিৰুদ্ধে ৷…

মাছুদ বাহিনীৰ হাতত নিহত হৈছে নেকি ১০০ তালিবান?

আফগানিস্তানত উত্তেজনা অব্যাহত থকাৰ মাজতে দেশখনৰ পাঞ্জশিৰৰ পৰা আহিছে এটা ৰহস্যজনক খবৰ। বহু ৰাষ্ট্ৰীয় সংবাদে মাধ্যমে পাঞ্জশিৰ অঞ্চলত মাছুদ বাহিনীৰ হাতত ১০০ গৰাকী তালিবান সদস্য নিহত হোৱাৰ বাতৰি পৰিৱেশন কৰিছে। আহমেদ শ্বাহ মাছুদৰ পুত্ৰ তথা লণ্ডন…

মহিলা হোৱাৰ বাবেই কাম এৰিবলৈ বাধ্য কৰোৱা হ’ল এগৰাকী সাংবাদিকক

তালিবান অধিকৃত আফগানিস্তান এতিয়া অশান্ত। অবৈধ সামৰিক শক্তিৰ অপপ্ৰয়োগেৰে সাধাৰণ জনতাক পণবন্দী কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে তালিবান। কিন্তু নিৰ্দয় তালিবানৰ অধীনত কেনে আছে আফগানী জনতা? শোষণ-নিষ্পেষণে জুৰুলা কৰা আফগানী মহিলাৰ খবৰ ৰাখিব কোনে?…

তালিবানক লৈ বাংলাদেশত উৎসাহিত জেহাদী , ভাৰতলৈ কিহৰ ভাবুকি ?

তালিবানৰ উত্থানে বিভিন্ন দিশৰ পৰা ভাৰতলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ কিয়নো আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে বাংলাদেশৰ মৌলবাদী , জেহাদী শক্তিসমুহো উৎসাহিত হৈ উঠিছে ৷ বাংলাদেশৰ আৰক্ষীয়ে নিজে এই কথা ব্যক্ত কৰিছে ৷ ঢাকা মেট্ৰ’পলিটান…

আফগান তৰুণীক সজাইছে যৌনদাসী  : পূৰ্বৰ ন্যায়াধীশৰ মুখত তালিবানৰ নৃশংসতাৰ কাহিনী

তালিবানৰ নৃশংসতা আৰু বৰ্বৰতাৰ এক ভয়াৱহ কাহিনী সংবাদমাধ্যমৰ আগত বৰ্ণনা কৰিছে আফগানিস্তানৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশে ৷ দেশখনৰ প্ৰাক্তন ন্যায়াধীশ নাজলা আয়ুবিয়ে আমেৰিকাৰ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয়-‘সিহঁতে ঘৰে ঘৰে গৈ মহিলাসকলক…

তালিবানৰ দখলত আফগানিস্তান : ইয়াৰ পাছত কি ?

বিপুল কলিতা এনে খুব কম মানুহ ওলাব , যিয়ে সন্ত্ৰাস আৰু বৰ্বৰতাৰ সমাৰ্থক শব্দ হৈ পৰা তালিবানৰ নাম শুনা নাই। ইছলামিক "শৰিয়া" আইনক  কঠোৰভাৱে প্ৰয়োগ কৰাৰ লক্ষ্যৰে,  স্থানীয়  আফগানসকলক ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ তালিবান আৰু তেওঁলোকৰ…