সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

supremecourt

চৰকাৰৰ বিৰুদ্ধে কিয় উচ্চতম ন্যায়ালয়লৈ যাব প্ৰদেশ কংগ্ৰেছ ?

মেঘালয়ক অসমৰ ভূমি এৰি দিয়াক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মেঘালয়ক অসমৰ ভূমি গতাই দিয়াৰ বিৰুদ্ধে আজি মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ হৈ সভাপতি ভূপেন বৰা…

ফেচবুক , ইউ টিউবক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে ?

ধৰ্মীয় অপপ্ৰচাৰ , ভুৱা বাতৰিক লৈ এইবাৰ উদ্বিগ্নতা ব্যক্ত কৰিছে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে ৷ভাৰতত কোভিডৰ প্ৰথম ঢৌৰ সময়ত নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতক লৈ একাংশ সামাজিক মাধ্যম , ৱেব পোৰ্টেলত প্ৰচাৰ হৈছিল নানা ধৰণৰ ভুৱা বাতৰি ৷ তাৰ পাছত…

আৰ এছ এছৰ কাৰ্যালয়ত উপস্থিত হোৱা কোন এইগৰাকী দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ?

আৰ এছ এছৰ কাৰ্যালয়ত উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ উপস্থিত হোৱা বিষয়টোক লৈ এতিয়া দেশত নতুন বিতৰ্ক আৰম্ভ হৈছে ৷সংবাদ মাধ্যমৰ খবৰ অনুসৰি , মঙলবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাগপুৰস্থিত কাৰ্যালয়ত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ…

এন আৰ চিৰ দুটা বছৰ : কি ক’লে আছুয়ে ?

এন আৰ  চি প্ৰকাশৰ দুটা বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু আজিও এখন ত্ৰুটিমুক্ত নাগৰিকপঞ্জী অসমবাসীয়ে লাভ নকৰিলে ৷ এনে পৰিস্থিতিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই কয় যে ত্ৰুটিপূৰ্ণ নাগৰিকপঞ্জীৰ পৰা অবৈধ বিদেশীৰ নাম মুক্ত কৰিবলৈ পুংখানুপুংখ…

বিজেপিৰ হৈ ওকালতি কৰা কোন আইনজীৱী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ’ল ?

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হ’ল আইনজীৱী পি এছ নৰসিংহ ৷ কলকাতা উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা পাব্লিক একাউন্টছ কমিটীৰ গোচৰত তেও বিজেপিৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল ৷মুকুল ৰায়ক বিধানসভাৰ পাব্লিক একাউন্টছ কমিটীৰ চেয়াৰমেন…

২০২৭ চনত কোন হ’ব দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ?

চৰ্চা চলিছে যে ২০২৭ চনত ভাৰতে লাভ কৰিব দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ। দেশৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন. ভি ৰমনৰ অধ্যক্ষতাত উচ্চতম ন্যায়ালয়ৰ এখন উচ্চ স্তৰীয় সমিতিয়ে মুখ্য ন্যায়াধীশ পদৰ বাবে ন্যায়াধীশ বিভি নাগাৰাথনা সহ ৩ গৰাকী…

উচ্চতম ন্যায়ালয়ৰ অনুমোদন অবিহনে মেডিকেল কলেজত আসন সংৰক্ষণ কৰিব নোৱাৰিব চৰকাৰে

বিগত বৰ্ষৰ ২৯ জুলাইত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে এতিয়াৰে পৰা দেশৰ চিকিৎসা আৰু দাঁতৰ পাঠ্যক্ৰমত অবিচিৰ বাবে ২৭% আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী বাবে ১০% সংৰক্ষণৰ ব্যৱস্থা কৰা হব। সৰ্বভাৰতীয় কোটা আঁচনিৰ অধীনত স্নাতক আৰু…

দেশৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে কিমান বিচাৰাধীন গোচৰ আছে ন্যায়ালয়ত?

বিগত মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ'ল এখন বিশেষ প্ৰতিবেদন। CBI আৰু Directorate of Enforcementৰ দ্বাৰা দাখিল কৰা সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে থকা অমীমাংসিত গোচৰৰ বহু বিস্ফোৰক তথ্য উন্মোচন কৰিছে এই প্ৰতিবেদনখনে। উচ্চতম…

পেগাছাছ চোৰাংছোৱাগিৰি সন্দৰ্ভত কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

পেগাছাছ ছফটৱেৰৰ জড়িয়তে চোৰাংছোৱাগিৰি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে ৷মঙলবাৰে পেগাছাছ চোৰাংছোৱাগিৰিৰ তদন্ত বিচাৰি কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এই আবেদনৰ বিচাৰ প্ৰক্ৰিয়া কিদৰে…

পেগাছাছ : ছোচিয়েল মেডিয়াত বিতৰ্ক নকৰিবলৈ কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

পেগাছাছক লৈ ছোচিয়েল মেডিয়াত বিতৰ্ক কৰাৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে পেগাছাছ কাণ্ডৰ তদন্ত বিচাৰি কৰা আবেদনৰ…