সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#shashitharoor #thecrosscurrent

এটি বৃহৎ জাপিয়ে দৃষ্টি আকৰ্ষণ কৰিছে বৰপেটাৰোডত

* শাৰদীয় দুৰ্গা পূজাৰ আকৰ্ষণীয় মণ্ডপেৰে দৃষ্টি আকৰ্ষণ বহুজনৰ * বৰপেটাৰোডৰ নেতাজী সংঘৰ পূজাত সাজি উলিওৱা হৈছে এই মণ্ডপতি * এই বিশেষ পূজা কমিটি তথা স্থানীয় ৰাইজে কিছু পৃথকৈ জাতীয় কৃষ্টি সংস্কৃতি অতুত ৰখা পৰিলক্ষিত হৈছে * বিশেষ…

ৰাজ্যত দেখা দিব বিদ্যুৎ সংকটে

◆কয়লাৰ অভাৱত দেশজুৰি ব্যাহত হৈছে বিদ্যুৎ উৎপাদন ◆ অসমতো দেখা দিব বিদ্যুৎ সংকটে ◆ তাপবিদ্যুৎ প্ৰকল্পত হ্ৰাস পাইছে উৎপাদন ◆ ৰাজ্যতো সঘনে লোডশ্বেডিং হোৱাৰ সম্ভাৱনা ◆ ৰাজহুৱা জাননীযোগে এই কথা জনালে APDCL কৰ্তৃপক্ষই

ক’ভিদ প্ৰট’কল উলংঘা কৰি শাসক বিৰোধীৰ মনোনয়ন দাখিল

ৰাজ্যত অনুষ্ঠিত হ'ব লগিয়া উপ নিৰ্বাচনৰ বাবে শক্তি প্ৰদৰ্শনত ব্যস্ত শাসক বিৰোধী ৰাজনৈতিক দলসমূহ। মনোনয়ন দাখিলৰ বাবে প্ৰশাসনে জনোৱা আহ্বান নস্যাৎ কৰাৰ ঘটনাক লৈ ৰাজ্যজুৰি এতিয়া তীব্ৰ প্রতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। ৰাইজক ক'ভিদ নীতি…

গোসাঁইগাঁও, তামুলপুৰ আৰু থাওৰা সমষ্টিত উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে

ৰাজ্যত সমাগত বিধানসভাৰ উপ নিৰ্বাচন। প্ৰাৰ্থী নিৰ্বাচন তথা প্ৰচাৰক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকল। ইয়াৰ মাজতে আজি ৰাজ্যৰ গোসাঁইগাঁও, তামুলপুৰ আৰু থাওৰা সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে। ছোনিয়া…

অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বন কৰা হ’ল বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদক

শ্বহীদৰ বিৰুদ্ধে বিতৰ্কিত অশালীন মন্তব্য কৰি ইতিমধ্যেই গ্ৰেপ্তাৰ হৈছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী। শ্বেৰমানৰ দায়িত্বজ্ঞানহীন মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজ্যৰ বহু দল-সংগঠন আৰু প্ৰতিষ্ঠানে। আনকি কংগ্ৰেছেও শ্বেৰমান আলীক…

ৰাজ্যত আজিৰে পৰা বলবৎ হ’ব নতুন SOP : কি আছে সবিশেষ

◆ নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ১০.০০ বজাৰ পৰা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন। ইতিপূৰ্বে নিশা ৯.০০ বজালৈ সান্ধ্য আইন বাহাল আছিল। ◆ নিশা ৯.০০ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ।…

কিমান কোটি টকাৰ সম্পত্তিৰ গৰাকী নৰেন্দ্ৰ মোডী ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া ঘোষণা অনুসৰি তেখেতৰ হাতত থকা মুঠ সম্পত্তিৰ মূল্য হৈছে ৩.০৭ কোটি। বিগত বছৰত মোডীৰ সম্পত্তিৰ মূল্য আছিল প্ৰায় ২.৮৫ কোটি। অৰ্থাৎ চৰকাৰী তথ্য অনুসৰি বিগত এটা বছৰত প্ৰধানমন্ত্ৰী গৰাকীৰ সম্পত্তিৰ মূল্য প্ৰায়…

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত মন্ত্ৰী ৰঞ্জিত দাসৰ নৃত্য

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত ব্যতিক্ৰমী ৰূপত দেখা গল যোগান মন্ত্ৰী ৰঞ্জিত দাসক।কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনা পৰম্পৰাগত সাজপাৰ পৰিধান কৰি থিয়নামত আত্মহাৰা মন্ত্ৰী জন। উল্লেখযোগ্য যে জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ…

এন এইচ পিচিৰ বিৰুদ্ধে গুৱাহাটীত যুৱ-ছাত্ৰ পৰিষদৰ ৰাইজ মেল,আছুকে ধৰি ২২টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ…

বিশিষ্ট ব্যক্তি, বিশেষজ্ঞ আৰু আছুকে ধৰি 22 টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অংশ গ্ৰহণ 20 ছেপ্তেম্বৰৰ পৰা NHPC ৰ বিৰুদ্ধে সৰ্বাত্মক বন্ধ গুৱাহাটী 11 ছেপ্তেম্বৰ: নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আজি গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অসম…

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কি প্ৰস্তাৱ গ্ৰহণ কৰিলে তামিলনাডু বিধানসভাই?

তামিলনাডু বিধানসভাই বুধবাৰে নাগৰিকত্ব সংশোধনী আইন (CAA) ২০১৯ বাতিল কৰিবলৈ আৰু সাম্প্ৰদায়িক একতা তথা সম্প্ৰীতি ৰক্ষা কৰিবলৈ আৰু সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অটুট ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই এক বিশেষ প্ৰস্তাৱ গৃহীত কৰে। তামিলনাডুৰ…