সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এটি বৃহৎ জাপিয়ে দৃষ্টি আকৰ্ষণ কৰিছে বৰপেটাৰোডত

* শাৰদীয় দুৰ্গা পূজাৰ আকৰ্ষণীয় মণ্ডপেৰে দৃষ্টি আকৰ্ষণ বহুজনৰ

* বৰপেটাৰোডৰ নেতাজী সংঘৰ পূজাত সাজি উলিওৱা হৈছে এই মণ্ডপতি

* এই বিশেষ পূজা কমিটি তথা স্থানীয় ৰাইজে কিছু পৃথকৈ জাতীয় কৃষ্টি সংস্কৃতি অতুত ৰখা পৰিলক্ষিত হৈছে

* বিশেষ পূজাখন প্ৰত্যক্ষ কৰিবলৈ এতিয়া বিভিন্ন জনে ভিৰ কৰি তুলিছে পূজা প্ৰাঙ্গণ

Leave A Reply

Your email address will not be published.