সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#shashitharoor #thecrosscurrent

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কি প্ৰস্তাৱ গ্ৰহণ কৰিলে তামিলনাডু বিধানসভাই?

তামিলনাডু বিধানসভাই বুধবাৰে নাগৰিকত্ব সংশোধনী আইন (CAA) ২০১৯ বাতিল কৰিবলৈ আৰু সাম্প্ৰদায়িক একতা তথা সম্প্ৰীতি ৰক্ষা কৰিবলৈ আৰু সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অটুট ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই এক বিশেষ প্ৰস্তাৱ গৃহীত কৰে। তামিলনাডুৰ…

আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস: বিশ্বত প্ৰতি ৪০ ছেকেণ্ডত একোজনকৈ লোকৰ মৃত্যু হয় আত্মহত্যাত

আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস- বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্ৰতিবেদন অনুসৰি, বিশ্বজুৰি আত্মহত্যা কৰা পুৰুষৰ সংখ্যা মহিলাৰ তুলনাত দুগুণ। পৃথিৱীত প্ৰতি ৪০ ছেকেণ্ডত আত্মহত্যাত একোজনকৈ লোকৰ মৃত্যু হয়। বিশ্বজুৰি আত্মহত্যাকৰাৰ প্ৰৱণতা…

আফগানিস্তানত তালিবানৰ নতুন চৰকাৰ, তালিবান মন্ত্ৰী সভাৰ সবিশেষ !

প্ৰায় দুটা দশকৰ অন্ততঃ তালিবানে আফগানিস্তানত গঠন কৰিলে পূৰ্ণাংগ চৰকাৰ। কোন কোন আছে তালিবান মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা - প্ৰধানমন্ত্ৰী - মোল্লা মহম্মদ হাছান আখুন্দ উপ প্ৰধানমন্ত্ৰী ১ - মোল্লা বাৰাদাৰ উপ প্ৰধানমন্ত্ৰী ২ - আব্দুল…

বৃহৎ নদীবান্ধ বান্ধৰ দাবীত ৰাজ্যজুৰি যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্য্যসূচী, “উত্তৰ অসমৰ জনসাধাৰণৰ…

গুৱাহাটী 6ছেপ্তেম্বৰ: নামনি সোৱঁণশিৰিৰ বৃহৎ নদীবান্ধ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে | কাৰ্য্যসূচী মতে সমগ্ৰ অসমৰ পৰিষদৰ সকলো জিলা সমিতিয়ে সংশ্লিষ্ট প্ৰশাসনিক জিলাৰ উপায়ুক্ত কাৰ্য্যালয়…

গো-সুৰক্ষা আইনৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ প্ৰতিবাদ

গো-সুৰক্ষা আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অখিল গগৈৰ আন্দোলনৰ ঘোষণা। বিধায়ক হোৱাৰ পিছত অখিল গগৈৰ নেতৃত্বত এয়া প্ৰথম আন্দোলন। বিধায়ক গৰাকীৰ মতে  'ৰাজ্যৰ বহু থলুৱা কৃষক গো পালনৰ লগত জড়িত হৈ আছে। যদিহে গো সুৰক্ষা আইন অসমত প্ৰবৰ্তন হয় তেতিয়া বহু…

দুটা দশকৰ অন্তত আফগানিস্তানত আজি চৰকাৰ গঠন কৰিব তালিবানে

আজিৰে পৰা আফগানিস্তানত তালিবানৰ নেতৃত্বত নতুন চৰকাৰ। তালিবানে ১৫ আগষ্টত কাবুল দখলৰ পাছত প্ৰায় দুই সপ্তাহ অতিক্ৰম কৰিলে আৰু এফালৰ পৰা আফগানিস্তানত বিভীষিকা ৰ সৃষ্টি কৰি অৱশেষত চৰকাৰ গঠনৰ দিশৰ আগবাঢ়িছে। আন্তঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত…

ভাৰতবৰ্ষৰ ২৫ খন উচ্চ ন্যায়ালয়ৰ কেইগৰাকী মহিলা ন্যায়াধীশ ?

২০১৮ চনৰ ১৫ আগষ্টত লালকিল্লাত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কয় যে " আমাৰ বাবে গৌৰবৰ বিষয়‌ যে আমাৰ ন্যায় ব্যৱস্থাৰ সবাটোতকৈ শিখৰ অৰ্থাৎ উচ্চতম ন্যায়ালয়ত তিনি গৰাকী মহিলা অধিষ্ঠিত হৈ আছে। ভাৰতবৰ্ষৰ সকলো নাৰীয়ে গৰ্বৰে কব…

সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰত শশী থাৰুৰ দোষমুক্ত

সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰত কংগ্ৰেছ সাংসদ শশী থাৰুৰক দোষমুক্ত ঘোষণা কৰিছে আদালতে ৷ দিল্লীৰ এখন বিশেষ আদালতে বুধবাৰে শশী থাৰুৰক দোষমুক্ত ঘোষণা কৰি গোচৰটো খাৰিজ কৰি দিয়ে ৷ ২০১৪ চনত দিল্লীৰ এখন হোটেলত সুনন্দা পুষ্কৰৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷…