সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰত শশী থাৰুৰ দোষমুক্ত

Share This Article

সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰত কংগ্ৰেছ সাংসদ শশী থাৰুৰক দোষমুক্ত ঘোষণা কৰিছে আদালতে ৷ দিল্লীৰ এখন বিশেষ আদালতে বুধবাৰে শশী থাৰুৰক দোষমুক্ত ঘোষণা কৰি গোচৰটো খাৰিজ কৰি দিয়ে ৷
২০১৪ চনত দিল্লীৰ এখন হোটেলত সুনন্দা পুষ্কৰৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷
এই ঘটনা সংক্ৰান্তত শশী থাৰুৰৰ ওপৰত মানসিক নিৰ্যাতন চলোৱা আৰু আত্মহত্যাৰ বাবে উচটোৱাৰ অভিযোগ উত্থাপণ হৈছিল ৷
বুধবাৰে দোষমুক্ত হোৱাৰ পাছত কংগ্ৰেছ সাংসদ গৰাকীয়ে কয় যে ৭ বছৰৰ যন্ত্ৰণাৰ পৰা তেও মুক্ত হ’ল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.