গোসাঁইগাঁও, তামুলপুৰ আৰু থাওৰা সমষ্টিত উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে

Share This Article

ৰাজ্যত সমাগত বিধানসভাৰ উপ নিৰ্বাচন। প্ৰাৰ্থী নিৰ্বাচন তথা প্ৰচাৰক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকল। ইয়াৰ মাজতে আজি ৰাজ্যৰ গোসাঁইগাঁও, তামুলপুৰ আৰু থাওৰা সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে। ছোনিয়া গান্ধীৰ অনুমোদন সাপেক্ষে গোসাঁইগাঁৱত জোৱেল টুডু, তামুলপুৰত ভাস্কৰ ডাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক প্ৰাৰ্থীত্ব দিয়াৰ কথা ৰাজহুৱা কৰিছে কংগ্ৰেছে। গতিকে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে এতিয়া আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.