সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

pegasus

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট সন্মিলন

সোমবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট সন্মিলন। শেহতীয়াকৈ দ্যা নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছিল যে ২০১৭ চনত ভাৰতে ইজৰাইলৰ পৰা ক্ৰয় কৰিছিল চোৰাংচোৱা ছফ্টৱেৰ পেগাছাছ । সেয়েহে আশংকা কৰা হৈছে এইবেলি বাজেট সন্মিলনত নৰেন্দ্ৰ মোদী চৰকাৰ সন্মুখীন হ'ব…

পেগাছাছেৰে সমাজকৰ্মীক বিপদত পেলোৱাৰ চক্ৰান্ত ফাদিল

আপোনাৰ মোবাইল ফোনলৈ এটা মেছেজ আহিল ৷ আপুনি সেই মেছেজৰ লিংকত ক্লিক কৰিলে ৷ তাৰ লগে লগে আপোনাৰ ফোনত ইনষ্টল হৈ গ’ল এটা চোৰাংছোৱা ছফটৱেৰ ৷তাৰ পাছত এই ছফটৱেৰৰ সহায়ত কিছুমান দস্তাবেজ আপোনাৰ ফোনত সংস্থাপন কৰা হ’ল ৷ আৰু ইয়াৰ আধাৰত দেশদ্ৰোহিতাৰ…

যদি আপুনি কোনো কথা গোপনে ৰাখিব বিচাৰিছে!

অৰূপ কলিতা যদি আপুনি কোনো কথা গোপনে ৰাখিব বিচাৰিছে , তেনেহ’লে সেয়া নিজৰ পৰাও লুকুৱাই ৰাখিব লাগিব ৷ পেগাছাছ সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ৰ যোৱা ২৭ অক্টোবৰৰ ৰায়দান আৰম্ভ হৈছে ইংৰাজী ঔপন্যাসিক জৰ্জ অৰৱেলৰ এই বাক্যশাৰীৰে ৷ পেগাছাছ…

পেগাছাছ চোৰাংছোৱাগিৰি সন্দৰ্ভত কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

পেগাছাছ ছফটৱেৰৰ জড়িয়তে চোৰাংছোৱাগিৰি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে ৷মঙলবাৰে পেগাছাছ চোৰাংছোৱাগিৰিৰ তদন্ত বিচাৰি কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এই আবেদনৰ বিচাৰ প্ৰক্ৰিয়া কিদৰে…

পেগাছাছ : ছোচিয়েল মেডিয়াত বিতৰ্ক নকৰিবলৈ কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

পেগাছাছক লৈ ছোচিয়েল মেডিয়াত বিতৰ্ক কৰাৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে পেগাছাছ কাণ্ডৰ তদন্ত বিচাৰি কৰা আবেদনৰ…

পেগাছাছৰ নামত কোনো লেনদেন হোৱা নাই বুলি ক’ত ক’লে চৰকাৰে ?

পেগাছাছৰ জড়িয়তে চোৰাংছোৱাগিৰি কৰাৰ অভিযোগক লৈ দেশত তুমুল  বিতৰ্ক চলি আছে ৷ অচল হৈ পৰিছে দুয়োখন সদন ৷ কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোৰ পৰা দূৰৈত অৱস্থান কৰিছে ৷ তাৰ মাজতে আজি প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে ৰাজ্যসভাত ঘোষণা কৰিছে যে পেগাছাছ…

পেগাছাছ : এয়া অতি গুৰুতৰ অভিযোগ বুলি কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

পেগাছাছ ছফটৱেৰৰ চোৰাংছোৱাগিৰি সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে যদিহে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সঁচা হয় , তেনেহ’লে এয়া অতি গুৰুতৰ অভিযোগ  ৷ কিন্তু আজিয়েই ন্যায়ালয়ে চৰকাৰলৈ জাননী প্ৰেৰণ কৰিবলৈ…

পেগাছাছ কাণ্ডক লৈ উত্তাল সদন : কোন সাংসদ নিলম্বিত হ’ল ?

পেগাছাছ চোৰাংছোৱা কাণ্ডক লৈ সদনত বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে ৷ বৃহস্পতিবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু আন আন বিৰোধী দলসমূহে কৃষক আন্দোলন আৰু পেগাছাছ চোৰাংছোৱা কাণ্ডক লৈ প্ৰতিবাদ আৰম্ভ কৰে ৷ ফলত ৰাজ্যসভাৰ লোকসভাৰ কাম কাজ…

কিহৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ এই প্ৰতিবাদ ?

দেশ কঁপোৱা "পেগছাছ" কাণ্ডৰ তদন্ত বিচাৰি আজি  "ৰাজভৱন বলক" শীর্ষক প্ৰতিবাদী  কাৰ্য্যসূচী গ্ৰহন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।টেলিফোন টেপিং কৰি বিৰোধী নেতাৰ গোপনীয়তা খৰ্ব কৰা কাৰ্য্য বন্ধ কৰাৰ দাবীত, সংবিধানৰ স্বতন্ত্ৰতা ৰক্ষাৰ দাবীত,…

পেগাছাছ : টাৰ্গেটত অনিল আম্বানী  আৰু কোন কোন ?

দিন যোৱাৰ লগে লগে পেগাছাছৰ টাৰ্গেট লিষ্ট দীঘলীয়া হৈ গৈ আছে ৷ এইবাৰ পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা গৈছে অনিল আম্বানীৰ ফোন নম্বৰ ৷ তেওৰ বাহিৰেও ৰিলায়েন্স গোষ্ঠীৰ অন্যতম কৰ্ণধাৰ টোনি জেচুদাছন , ৰাফাল নিৰ্মাতা ফৰাচী সংস্থা দাসোৰ ভাৰতীয় বিষয়া…