কিহৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ এই প্ৰতিবাদ ?

Share This Article

দেশ কঁপোৱা “পেগছাছ” কাণ্ডৰ তদন্ত বিচাৰি আজি  “ৰাজভৱন বলক” শীর্ষক প্ৰতিবাদী  কাৰ্য্যসূচী গ্ৰহন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।টেলিফোন টেপিং কৰি বিৰোধী নেতাৰ গোপনীয়তা খৰ্ব কৰা কাৰ্য্য বন্ধ কৰাৰ দাবীত, সংবিধানৰ স্বতন্ত্ৰতা ৰক্ষাৰ দাবীত, গণতন্ত্ৰ ৰক্ষাৰ দাবীত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীত ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যপালৰ  জড়িয়তে  ৰাষ্ট্ৰপতিলৈ  স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৷ কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা , বিৰোধী দলপতি দেবব্ৰত শইকীয়াকে ধৰি শীৰ্ষ নেতৃত্বই অংশগ্ৰণ কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.