সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

mamtabenarjee

প্ৰতিহিংসাৰ ৰাজনীতি: দেশত আৰম্ভ হৈ গ’ল নেকি গৃহযুদ্ধ ?

দেশত সূচনা হৈছে গৃহযুদ্ধৰ ৷ প্ৰতিহিংসা আৰু প্ৰতিস্পৰ্ধাই অশান্ত কৰি তুলিছে ইখনৰ পাছত সিখন ৰাজ্য ৷ কেন্দ্ৰীয় চৰকাৰে বিৰোধীক মষিমূৰ কৰিবলৈ যিপাত অস্ত্ৰ ব্যৱহাৰ কৰিছে , সেই একেপাতেই অস্ত্ৰ হাতত তুলি লৈছে বিৰোধী শাসিত ৰাজ্যসমূহেও ৷ ৰাজ্যৰ…

শীৰ্ষস্থানত নে সপ্তম স্থানত আছে ড: হিমন্ত বিশ্ব শৰ্মা ?

অসম ৰাজ্যিক বিজেপিয়ে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱা অনুসৰি বিজেপি শাসিত ১৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ এই দাবীৰ সত্যাসত্য নিৰূপণৰ বাবে আমি মেলি চালো ইণ্ডিয়া টুডে আলোচনীখন ৷ ইণ্ডিয়া…

অৱশেষত জামিন পালে ছায়নীয়ে

ত্ৰিপুৰাত গ্ৰেপ্তাৰ হোৱা যুৱ তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ছায়নী ঘোষে অৱশেষত জামিন লাভ কৰিলে ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ সভাত হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল ছায়নীৰ বিৰুদ্ধে ৷ তাৰ পাছতে দেওবাৰে তেওক আৰক্ষীয়ে গ্ৰেপ্তাৰ…

৩০ ছেপ্তেম্বৰত মমতা বেনাৰ্জীৰ ভাগ্য নিৰ্ণয়

অহা ৩০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব পশ্চিমবংগৰ ভবানীপুৰ বিধানসভা সমষ্টিৰ উপ –নিৰ্বাচন ৷ভবানীপুৰৰ লগতে একেখন ৰাজ্যৰ ছমচেৰগঞ্জ , জংগীপুৰ আৰু উৰিষ্যাৰ পিপিলি বিধানসভা সমষ্টিতো একেদিনাই উপ –নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ শেহতীয়া বিধানসভা নিৰ্বাচনত…

মমতাৰ ‘লক্ষ্মী ভাণ্ডাৰ’ক হিমন্তৰ ‘অৰুণোদয়’ৰে প্ৰত্যাহ্বান

পশ্চিমবংগত এতিয়া লক্ষ্মী ভাণ্ডাৰ বনাম অৰুণোদয়ৰ যুঁজ ৷ মমতা বেনাৰ্জীৰ ‘লক্ষ্মী ভাণ্ডাৰ’ক এইবাৰ পশ্চিমবংগ বিজেপিয়ে কাউন্টাৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ ‘অৰুণোদয়’ আঁচনিৰে ৷ তৃতীয়বাৰৰ বাবে পশ্চিমবংগত ক্ষমতালৈ অহা মমতা বেনাৰ্জী নেতৃত্বাধীন…

বিৰোধী জোট : কংগ্ৰেছে নাপাব নেকি বিগব্ৰাডাৰৰ আসন ?

কংগ্ৰেছ দলৰ একক নেতৃত্ব আন বিৰোধী দলসমুহে মানি নলয় ৷ অন্যান্য দলসমূহৰ দৰেই কংগ্ৰেছেও বিৰোধী ঐক্যজোটত অংশ গ্ৰহণ কৰিব লাগিব ৷ শুকুৰবাৰে ছোনিয়া গান্ধীয়ে আহ্বান জনোৱা ১৯ বিৰোধী দলৰ বৈঠকৰ পাছত বহু নেতাৰ মুখত এনে সুৰেই শুনা গ’ল ৷ বৈঠকত অংশগ্ৰহণ…

বিৰোধীৰ বৈঠক : ছোনিয়া গান্ধীয়ে প্ৰথমবাৰৰ বাবে কি ডাঙৰ আহ্বান জনালে ?

লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে বিৰোধী দলসমূহে ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ আ্হ্বানমৰ্মে শুকুৰবাৰে ১৯ বিৰোধী দলৰ নেতাৰ এখন ভাৰ্ছুয়েল বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত টি এম চি , এন চি পি , ডি এম কে , শিৱসেনা , জে এম এম , চি পি আই , চি পি…

কিয় বিৰোধী মুখ্যমন্ত্ৰীৰে বৈঠকৰ আহ্বান জনাইছে ছোনিয়া গান্ধীয়ে ?

কংগ্ৰেছ আৰু সহযোগী দলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে শুকুৰবাৰে এক বৈঠকত মিলিত হ’ব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী ৷ বিয়লি ৪ বজাত ভাৰ্ছুয়েল মাধ্যমত অনুষ্ঠিত হ’ব এই বৈঠকখন ৷ বিৰোধী শাসিত ৰাজ্যসমূহক বিভিন্ন ধৰণে বঞ্চিত কৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে ৷ এই…

দ্ৰুতগতিত হ্ৰাস পাইছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ?

দেশৰ পৰৱর্তী প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে?নৰেন্দ্ৰ মোদী নে মমতা বেনার্জী ? অথবা ৰাহুল গান্ধী নে অৰবিন্দ কেজৰিৱালক ?যোগী আদিত্যনাথ নে  অমিত শ্বাহক ? প্ৰধানমন্ত্ৰী হিচাপে  দেশবাসীৰ এতিয়াও প্ৰথম পচন্দৰ প্ৰার্থী নৰেন্দ্ৰ মোদী৷…

অখিলক লৈ তৃণমূলৰ কি বিশেষ পৰিকল্পনা : ‘আনন্দ বজাৰ পত্ৰিকা’ত সবিশেষ খবৰ

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ দুলানি বৈঠক সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে ৷ অখিল গগৈয়ে দুবাৰকৈ কলকাতালৈ গৈ তৃণমূলৰ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ…