সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰতিহিংসাৰ ৰাজনীতি: দেশত আৰম্ভ হৈ গ’ল নেকি গৃহযুদ্ধ ?

দেশত সূচনা হৈছে গৃহযুদ্ধৰ ৷ প্ৰতিহিংসা আৰু প্ৰতিস্পৰ্ধাই অশান্ত কৰি তুলিছে ইখনৰ পাছত সিখন ৰাজ্য ৷ কেন্দ্ৰীয় চৰকাৰে বিৰোধীক মষিমূৰ কৰিবলৈ যিপাত অস্ত্ৰ ব্যৱহাৰ কৰিছে , সেই একেপাতেই অস্ত্ৰ হাতত তুলি লৈছে বিৰোধী শাসিত ৰাজ্যসমূহেও ৷ ৰাজ্যৰ আৰক্ষী বাহিনীসমূহৰ মাজত আৰম্ভ হোৱা সংঘাতে এতিয়া দেশত একপ্ৰকাৰ গৃহযুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ অসম আৰক্ষীয়ে গৈ গুজৰাটৰ বিধায়কক গ্ৰেপ্তাৰ কৰি আনে অথচ গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে গমেই নাপায় ৷ ইয়াৰ পাছতেই আন এটা ঘটনাই আজি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজধানী দিল্লীত ৷ দিল্লীৰ বিজেপি নেতা তেজিন্দৰ সিঙ বগ্গাক গ্ৰেপ্তাৰ কৰিবলৈ আজি ৰাজধানী দিল্লীত উপস্থিত হয় পঞ্জাৱ আৰক্ষীৰ দল ৷ শুকুৰবাৰে পুৱা পঞ্জাৱ আৰক্ষীৰ চাইবাৰ চেলে দিল্লীত গ্ৰেপ্তাৰ কৰে বিজেপি নেতা তেজিন্দৰ সিঙ বগ্গাক ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত তেজিন্দৰ সিঙ বগ্গাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল পঞ্জাৱৰ মোহালি চাইবাৰ থানাত ৷ আৰক্ষীয়ে জাননী জাৰি কৰাৰ পাছতো তদন্তত সহযোগ কৰাৰ পৰা বিৰত আছিল দিল্লীৰ বিজেপি নেতাজন ৷ তাৰ পাছতে পুৱাই আহি দিল্লীত উপস্থিত হয় পঞ্জাৱ আৰক্ষীৰ দল ৷ প্ৰায় ৫০ জন আৰক্ষীয়ে তেজিন্দৰ সিঙ বগ্গাক গ্ৰেপ্তাৰ কৰি পঞ্জাৱ অভিমুখে ৰাওনা হয় ৷ কাহিনী ইয়াতেই শেষ নহয় ৷ তেজিন্দৰ সিঙৰ পিতৃয়ে ইয়াৰ পাছত দিল্লীৰ জনকপুৰী থানাত পঞ্জাৱ আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিতেই হাৰিয়ানাত পঞ্জাৱ আৰক্ষীক বাধা প্ৰদান কৰে পঞ্জাৱ আৰক্ষীয়ে ৷এইবাৰ তেজিন্দৰ সিঙ বাগ্গাক লৈ যোৱা হাৰিয়ানা আৰক্ষীৰ জিন্মালৈ ৷ এইদৰেই এজন বিজেপি নেতাক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰে তিনিখন ৰাজ্যৰ আৰক্ষী ৷ পঞ্জাৱ আৰক্ষীয়ে তেজিন্দৰ সিঙ বগ্গাক গ্ৰেপ্তাৰ কৰিব বিচৰাৰ বিপৰীতে তেওক সুৰক্ষা দিয়াত ব্যস্ত হৈ পৰে দিল্লী আৰু হাৰিয়ানা আৰক্ষী ৷
জিগনেশ মেৱানী বা তেজিন্দৰ সিঙ বগ্গাতেই প্ৰতিহিংসাৰ কাহিনী আৰম্ভ হোৱা নাই ৷ ইয়াৰ পূৰ্বে বিৰোধী নেতাৰ ওপৰত কেন্দ্ৰই জাপি দিছে এটাৰ পাছত আনটো ইডিৰ গোচৰ ৷ মমতা বেনাৰ্জীৰ ভতিজাক তথা তৃণমূল নেতা অভিষেক বেনাৰ্জীক কেইবাবাৰো ই ডিয়ে জাননী জাৰি কৰিছে ৷ মহাৰাষ্ট্ৰৰ দুজনকৈ কেবিনেট মন্ত্ৰীক ই ডিয়ে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছে ৷কেন্দ্ৰীয় সংদেশত সূচনা হৈছে গৃহযুদ্ধৰ ৷ প্ৰতিহিংসা আৰু প্ৰতিস্পৰ্ধাই অশান্ত কৰি তুলিছে ইখনৰ পাছত সিখন ৰাজ্য ৷ কেন্দ্ৰীয় চৰকাৰে বিৰোধীক মষিমূৰ কৰিবলৈ যিপাত অস্ত্ৰ ব্যৱহাৰ কৰিছে , সেই একেপাতেই অস্ত্ৰ হাতত তুলি লৈছে বিৰোধী শাসিত ৰাজ্যসমূহেও ৷ ৰাজ্যৰ আৰক্ষী বাহিনীসমূহৰ মাজত আৰম্ভ হোৱা সংঘাতে এতিয়া দেশত একপ্ৰকাৰ গৃহযুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ অসম আৰক্ষীয়ে গৈ গুজৰাটৰ বিধায়কক গ্ৰেপ্তাৰ কৰি আনে অথচ গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে গমেই নাপায় ৷ ইয়াৰ পাছতেই আন এটা ঘটনাই আজি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজধানী দিল্লীত ৷ দিল্লীৰ বিজেপি নেতা তেজিন্দৰ সিঙ বগ্গাক গ্ৰেপ্তাৰ কৰিবলৈ আজি ৰাজধানী দিল্লীত উপস্থিত হয় পঞ্জাৱ আৰক্ষীৰ দল ৷ শুকুৰবাৰে পুৱা পঞ্জাৱ আৰক্ষীৰ চাইবাৰ চেলে দিল্লীত গ্ৰেপ্তাৰ কৰে বিজেপি নেতা তেজিন্দৰ সিঙ বগ্গাক ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত তেজিন্দৰ সিঙ বগ্গাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল পঞ্জাৱৰ মোহালি চাইবাৰ থানাত ৷ আৰক্ষীয়ে জাননী জাৰি কৰাৰ পাছতো তদন্তত সহযোগ কৰাৰ পৰা বিৰত আছিল দিল্লীৰ বিজেপি নেতাজন ৷ তাৰ পাছতে পুৱাই আহি দিল্লীত উপস্থিত হয় পঞ্জাৱ আৰক্ষীৰ দল ৷ প্ৰায় ৫০ জন আৰক্ষীয়ে তেজিন্দৰ সিঙ বগ্গাক গ্ৰেপ্তাৰ কৰি পঞ্জাৱ অভিমুখে ৰাওনা হয় ৷ কাহিনী ইয়াতেই শেষ নহয় ৷ তেজিন্দৰ সিঙৰ পিতৃয়ে ইয়াৰ পাছত দিল্লীৰ জনকপুৰী থানাত পঞ্জাৱ আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিতেই হাৰিয়ানাত পঞ্জাৱ আৰক্ষীক বাধা প্ৰদান কৰে পঞ্জাৱ আৰক্ষীয়ে ৷এইবাৰ তেজিন্দৰ সিঙ বাগ্গাক লৈ যোৱা হাৰিয়ানা আৰক্ষীৰ জিন্মালৈ ৷ এইদৰেই এজন বিজেপি নেতাক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰে তিনিখন ৰাজ্যৰ আৰক্ষী ৷ পঞ্জাৱ আৰক্ষীয়ে তেজিন্দৰ সিঙ বগ্গাক গ্ৰেপ্তাৰ কৰিব বিচৰাৰ বিপৰীতে তেওক সুৰক্ষা দিয়াত ব্যস্ত হৈ পৰে দিল্লী আৰু হাৰিয়ানা আৰক্ষী ৷
জিগনেশ মেৱানী বা তেজিন্দৰ সিঙ বগ্গাতেই প্ৰতিহিংসাৰ কাহিনী আৰম্ভ হোৱা নাই ৷ ইয়াৰ পূৰ্বে বিৰোধী নেতাৰ ওপৰত কেন্দ্ৰই জাপি দিছে এটাৰ পাছত আনটো ইডিৰ গোচৰ ৷ মমতা বেনাৰ্জীৰ ভতিজাক তথা তৃণমূল নেতা অভিষেক বেনাৰ্জীক কেইবাবাৰো ই ডিয়ে জাননী জাৰি কৰিছে ৷ মহাৰাষ্ট্ৰৰ দুজনকৈ কেবিনেট মন্ত্ৰীক ই ডিয়ে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছে ৷কেন্দ্ৰীয় সংস্থাই বিৰোধী নেতাক জালত পেলোৱাৰ কুচকাৱাজ আৰম্ভ কৰাৰ পাছত বিৰোধী শাসিত ৰাজ্যসমূহৰ আৰক্ষী নামি পৰিছে বিজেপি নেতাৰ বিৰুদ্ধে অভিযানত ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ন ৰানে ৷ বিজেপিৰ ঘণিষ্ঠ সাংসদ নৱনীত ৰাণা আৰু তেওৰ বিধায়ক স্বামী ৰবি ৰানাকো মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ পশ্চিমবংগত চি আই ডিয়ে গোচৰ তৰিছে বিজেপি সাংসদ জগন্নাথ চৰকাৰৰ বিৰুদ্ধে ৷ এজন তৃণমূল বিধায়কক হত্যাৰ গোচৰত জগন্নাথ চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ নিজৰ দেহৰক্ষীক হত্যাৰ গোচৰত পশ্চিমবংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰীক চমন দিছে পশ্চিমবংগৰ চি আই ডিয়ে ৷ বিজেপি নেতা ৰাকেশ সিঙক কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কোকেইন সৰবৰাহৰ গোচৰত ৷ এইদৰেই বিৰোধী শাসিত ৰাজ্যত যিমানেই কেন্দ্ৰীয় সংস্থাসমূহে তৎপৰতা দেখুৱাইছে সিমানেই বিৰোধী ৰাজ্যৰ আৰক্ষীও নামি পৰিছে বিজেপি নেতাক জালত পেলোৱাৰ অভিযানত ৷ এইদৰেই দেশত এতিয়া সূচনা হৈছে এক অঘোষিত গৃহযুদ্ধৰ ৷ ক্ষমতাৰ নামত আৰম্ভ হোৱা প্ৰতিহিংসাৰ ৰাজনীতিয়ে যে দেশখনক টুকুৰা টুকুৰ কৰি পেলাব , তাৰ সম্ভাৱনা এই ঘটনাসমূহেই উজ্জ্বল কৰি তুলিছে ৷
বিৰোধী নেতাক জালত পেলোৱাৰ কুচকাৱাজ আৰম্ভ কৰাৰ পাছত বিৰোধী শাসিত ৰাজ্যসমূহৰ আৰক্ষী নামি পৰিছে বিজেপি নেতাৰ বিৰুদ্ধে অভিযানত ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ন ৰানে ৷ বিজেপিৰ ঘণিষ্ঠ সাংসদ নৱনীত ৰাণা আৰু তেওৰ বিধায়ক স্বামী ৰবি ৰানাকো মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ পশ্চিমবংগত চি আই ডিয়ে গোচৰ তৰিছে বিজেপি সাংসদ জগন্নাথ চৰকাৰৰ বিৰুদ্ধে ৷ এজন তৃণমূল বিধায়কক হত্যাৰ গোচৰত জগন্নাথ চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ নিজৰ দেহৰক্ষীক হত্যাৰ গোচৰত পশ্চিমবংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰীক চমন দিছে পশ্চিমবংগৰ চি আই ডিয়ে ৷ বিজেপি নেতা ৰাকেশ সিঙক কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কোকেইন সৰবৰাহৰ গোচৰত ৷ এইদৰেই বিৰোধী শাসিত ৰাজ্যত যিমানেই কেন্দ্ৰীয় সংস্থাসমূহে তৎপৰতা দেখুৱাইছে সিমানেই বিৰোধী ৰাজ্যৰ আৰক্ষীও নামি পৰিছে বিজেপি নেতাক জালত পেলোৱাৰ অভিযানত ৷ এইদৰেই দেশত এতিয়া সূচনা হৈছে এক অঘোষিত গৃহযুদ্ধৰ ৷ ক্ষমতাৰ নামত আৰম্ভ হোৱা প্ৰতিহিংসাৰ ৰাজনীতিয়ে যে দেশখনক টুকুৰা টুকুৰ কৰি পেলাব , তাৰ সম্ভাৱনা এই ঘটনাসমূহেই উজ্জ্বল কৰি তুলিছে ৷

Leave A Reply

Your email address will not be published.