সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

majuliferryaccident

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ দাবী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ

মাজুলী-যোৰহাট সংযোগী দলং সম্পৰ্কে সত্ৰাধিকাৰ সকলৰ স্থিতিক লৈ ৰাজ্যত বিতৰ্ক অব্যাহত থকাৰ মাজতে অতিশীঘ্ৰে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে। সত্ৰাধিকাৰ গৰাকীয়ে ফেৰীৰ কৰ্মচাৰী সকলে…

নিমাতীঘাটত মাজনিশা চলা উদ্ধাৰ অভিযানৰ সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত?

বিগত ৮ ছেপ্টেম্বৰৰ বিয়লি যোৰহাটৰ নিমাতীঘাটৰ সমীপত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পিছতে নিশালৈ আন এক দুৰ্ঘটনাৰ পৰা কেইগৰাকীমান চৰকাৰী বিষয়া-কৰ্মচাৰীৰ কথমপিহে প্ৰাণ ৰক্ষা পৰাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি একাংশ লোক…

Just in – ফেৰী দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকাঃ এগৰাকী মহিলাৰ মৃতদেহ আৰু এজন লোকৰ বেগ…

নিমাতীঘাট ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধিৰ আশংকা।বিহালীৰ ৰাংছালী অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈত পুনৰ এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ এটা বেগ উদ্ধাৰ।বেগটোৰ ভিতৰত আছে লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মদন পেগু নামৰ লোক এজনৰ এখন চাৰিচকীয়া…

ফেৰীৰ চৰ্দাৰ পানীৰাম কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সাহস হ’বনে অসম আৰক্ষীৰ?

নিমাতীঘাটত সংঘটিত ভয়ংকৰ আৰু শোকাৱহ ফেৰী দুর্ঘটনাৰ পাছত শেহতীয়াকৈ চর্চালৈ অহা নামটোৱেই হৈছে পানীৰাম কলিতা৷ এইজন পানীৰাম কলিতাই হৈছে নিমাতীঘাটৰ ফেৰী ছিণ্ডিকেটৰ চর্দাৰ তথা একছত্ৰী সম্ৰাট৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ দুর্নীতিগ্রস্ত…

Just in – নিমাতীঘাট ফেৰী দুৰ্ঘটনাত নিখোঁজ হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ বিশ্বনাথ ঘাটত

অৱশেষত উদ্ধাৰ কৰা হল নিমাতীঘাট ফেৰী দুৰ্ঘটনাত নিখোঁজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ। বিশ্বনাথ ঘাটত উদ্ধাৰ হোৱা মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত পৰিয়াল আৰু আৰক্ষীৰ। তিনিদিনৰ অন্তত উদ্ধাৰ হল মৃতদেহ। সোঁহাতৰ আঙুঠিৰ পৰা চিনাক্ত কৰিছে…

কিমান অকৰ্মণ্য আভ্যন্তৰীণ জল পৰিবহন বিভাগ?

বুধবাৰৰ দিনটো অসমবাসীৰ বাবে আছিল এটা ক'লা দিন। বুধবাৰে নিমাতীঘাটত ব্রহ্মপুত্রৰ বুকুত দুখন ফেৰীৰ মাজত হোৱা মুখামুখি সংঘর্ষৰ ঘটনাৰ পিছৰ পৰাই বিয়াগোম আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কাম-কাজক লৈ প্রশ্ন উঠিছে৷ অৱশ্যে ৰাজ্য চৰকাৰৰ এই বিভাগটো যে চৰম…

নিৰ্মাণৰ আগতেই অন্তৰ্ধান হ’ল মাজুলীৰ দলঙৰ আধা অংশ

দলঙৰ নামত মাজুলীবাসীক দীৰ্ঘদিন ধৰি কৰি অহা প্ৰবঞ্চনাৰ পৰিণতিত বুধবাৰে নিমাতীঘাটত সংঘটিত হ’ল ভয়াৱহ নাও দুৰ্ঘটনা ৷কাৰ ভুল , কাৰ হেমাহিত এই ভয়াৱহ ঘটনা সংঘটিত হ’বলৈ পালে , তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় পথ…

নিষ্ঠুৰ নিয়তি! বগা সাজ পিন্ধি নামঘৰলৈ যোৱা পৰীমিতা গাত বগা কাপোৰ মেৰিয়াই উভতি আহিল ঘৰলৈ…

দুচকুত অযুত স্বপ্ন লৈ মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰিছিল পৰীমিতা দাসে৷ বিগত ফেব্রুৱাৰী মাহত এক নতুন উদ্যমেৰে মহাবিদ্যালয়খনত যোগদান কৰিছিল পৰীমিতাই৷ কিয়নো তেওঁৰ অন্যতম প্রিয় স্থানসমূহৰ এটা স্থান আছিল মাজুলী৷…

ফেৰীবোৰেই নহয় , ভোটবোৰো অসুৰক্ষিত

জুৰি বৰুৱা কোনো দুৰ্যোগেই কেৱল প্ৰাকৃতিক নহয়, বিশেষকৈ আধুনিক আধিপত্যৰ দিনত । কাৰণ ইয়াৰ সৈতে জড়িত থাকে দুৰ্যোগ প্ৰশমন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে দুটা গুৰুত্বপূৰ্ণ দিশ। কিন্তু ভাৰতবৰ্ষৰ দৰে দেশতো আজিৰ তাৰিখতো এই দুয়োটা দিশৰে…

ফেৰী দুৰ্ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ যুৱ-ছাত্ৰ পৰিষদৰ

মাজুলীৰ আবেগক লৈ ৰাজনীতি বন্ধ কৰক : পলাশ চাংমাই গুৱাহাটী 9 ছেপ্তেম্বৰ: অতি শেহতীয়া মাজুলীত সংঘটিত শোকাবহ ফেৰী দুৰ্ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে | আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ…