সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

himantabiswasarma

শীৰ্ষস্থানত নে সপ্তম স্থানত আছে ড: হিমন্ত বিশ্ব শৰ্মা ?

অসম ৰাজ্যিক বিজেপিয়ে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱা অনুসৰি বিজেপি শাসিত ১৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ এই দাবীৰ সত্যাসত্য নিৰূপণৰ বাবে আমি মেলি চালো ইণ্ডিয়া টুডে আলোচনীখন ৷ ইণ্ডিয়া…

EXCLUSIVE : আৰ বি এছত ধন বিনিয়োগ কৰা কলকাতাৰ কোম্পেনীৰ আঁৰত কোন ?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ অহা আৰ বি এছ পেপাৰ্ছত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বে আইনী ভূমি ক্ৰয় বিক্ৰয়ৰ বহু বিস্ফোৰক তথ্য ৷একেটা অনুসন্ধানতে স্পষ্ট…

ৰতন টাটালৈ কি বঁটা আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

◆ উদ্যোগপতি ৰতন টাটালৈ ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান অসম বৈভৱ বঁটা ◆ নতুন দিল্লীত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ◆ পূৰ্বতে এই বঁটাক অসম ৰত্ন বঁটা বুলি জনা গৈছিল

ছমাহলৈ সম্প্ৰসাৰণ নহয় অসমৰ মন্ত্ৰীসভা

ছমাহ পৰ্যন্ত সম্প্ৰসাৰণ নহয় ড: হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা ৷ আজি এই কথা স্পষ্ট কৰিছে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড: শৰ্মাই কয় যে বৰ্তমান মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ভবা নাই ৷ বৰ্তমান টীম এটাই কাম কৰি আছে ৷ এটা বছৰ হৈ যাওক ,…

অসমত আৰু লকডাউন নহয়ঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে ৰূপজ্যোতি কুৰ্মীৰ হৈ মৰিয়নীত আয়োজিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই লকডাউন অসমত হ'ব নে নহয় সেয়া স্পষ্ট কৰিলে। অৱশ্যে লকডাউন সম্পৰ্কে বৰ্তমানো সংবাদ মাধ্যমত চৰ্চা চলি আছে৷ শৰ্মাই কয় যে আমি কোনেও লকডাউন হোৱাতো…

নগেন শইকীয়া বনাম পৰেশ বৰুৱাঃ কি ক’লে মুখ্যমন্ত্ৰীয়ে?

বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৰাকত অসমীয়া বা ব্ৰহ্মপুত্ৰত বঙালীত দুখন পোষ্টাৰ হ'লে বেয়া পাবলগীয়া একো নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী…

শীঘ্ৰেই অবড়ো সংগঠনৰে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিব ৰাজ্য চৰকাৰ আৰু BTR পৰিষদে

◆ বড়োসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বড়ো সংগঠনৰ সৈতে একাধিক চুক্তি সম্পাদন কৰাৰ পিছত এতিয়া BTRৰ অবড়ো সংগঠনৰে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু BTR পৰিষদ ◆ এই কথা প্ৰকাশ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে ◆…

বিধানসভাত মুখ্যমন্ত্ৰীয়ে জয় বাংলাদেশ বুলি কৰা মন্তব্যৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লওকঃ ভূপেন বৰা

শ্বহীদৰ বিৰুদ্ধে বিতৰ্কিত অশালীন মন্তব্য কৰি ইতিমধ্যেই গ্ৰেপ্তাৰ হল বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী। কিন্তু নিজৰ দলৰ এগৰাকী গুৰুত্বপূৰ্ণ বিধায়ক গ্ৰেপ্তাৰ হোৱাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি…

আজি গুৱাহাটীৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমখন বৈঠক

আজি অনুষ্ঠিত হব গুৱাহাটীৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমখন বৈঠক। ধেমাজিত অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ বাবে বুধবাৰেই ধেমাজিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সহ আন মন্ত্ৰী সকল। উপায়ুক্তৰ কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হব এই বৈঠক।…

হিন্দুস্তান কাগজ কল নিগমৰ কৰ্মচাৰীৰ বাবে দুমাহৰ ভিতৰত মুকলি হ’ব ৫৭০ কোটি টকা

অৱশেষত হিন্দুস্থান কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ। দীর্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই অৱশেষত কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে। নিশা ২ বজাত এক বিশেষ চুক্তি সম্পন্ন হোৱা বুলি…