ৰতন টাটালৈ কি বঁটা আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

◆ উদ্যোগপতি ৰতন টাটালৈ ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান অসম বৈভৱ বঁটা

◆ নতুন দিল্লীত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

◆ পূৰ্বতে এই বঁটাক অসম ৰত্ন বঁটা বুলি জনা গৈছিল

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে