নগেন শইকীয়া বনাম পৰেশ বৰুৱাঃ কি ক’লে মুখ্যমন্ত্ৰীয়ে?

Share This Article

বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৰাকত অসমীয়া বা ব্ৰহ্মপুত্ৰত বঙালীত দুখন পোষ্টাৰ হ’লে বেয়া পাবলগীয়া একো নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে-ভাষাই মানুহক একত্ৰিত কৰে আৰু ভাষাই যদি বিভেদ আনে তেন্তে ভাষাৰ মূল্য নাথাকিব। চৰকাৰে সকলোকে লৈ এখন বৰ অসম গঢ়াৰ প্ৰচেষ্টা কৰি আছে। ইয়াত বাধা দিয়াৰ বাবে দুই এটা কাম হ’ব-তাৰ সৈতে আমি মোকাবিলা কৰিম। আমি অখণ্ড ভাৰতৰ হৈ কাম কৰি আছো।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.