সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#himanta_biswa_sarma

“কোনোবাই হিমন্তবিশ্ব শৰ্মালৈ এটা ডেটল মাউথৱাছ পঠিয়াই দিব নেকি ?” -গৌৰৱ গগৈ

উত্তৰাখণ্ডৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ পিতৃ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে। এক টুইটযোগে গৌৰৱ গগৈয়ে কয় যে "কোনোবাই হিমন্তবিশ্ব শৰ্মালৈ এটা ডেটল মাউথৱাছ…

কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰাধিকাৰী : কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

চৰকাৰী কাৰ্যসূচী লৈ নতুন দিল্লীত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়া সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ চৰ্চা চলিছিল যে মাজুলীৰ উপ – নিৰ্বাচন সন্দৰ্ভত দুয়োগৰাকী…

RBS PAPERS : ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব কংগ্ৰেছে দ্য ক্ৰছকাৰেন্ট আৰু দ্য…

RBS PAPERS : ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব কংগ্ৰেছে দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হোৱা মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনীৰ ভূমি কেলেংকাৰিক লৈ এতিয়াও উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি ৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ…

নৱবৰ্ষৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল

আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। আজিৰ দিনটোতে কইনাধৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে সংবাদমেল অনুষ্ঠিত কৰি মত বিনিময় কৰে। লগতে অসম চৰকাৰৰ তৰফৰ পৰা সমূহ অসমবাসীক ইংৰাজী নববর্ষৰ শুভেচ্ছা জনাই।…

ভূমি কেলেংকাৰিৰ বাতৰি কিয় ওলোৱা নাছিল অসমৰ সংবাদ মাধ্যমত?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰ যৌথ অনুসন্ধানত ফাদিল হৈছিল ৰিনিকি ভূঞা শর্মাই প্ৰতিষ্ঠা কৰা ভূমি কেলেংকাৰিৰ বিস্ফোৰক তথ্য৷অসমৰ ইতিহাসৰ এই সর্ববৃহৎ ভূমি কেলেংকাৰিৰ বাতৰি অসমৰ সর্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ দ্য ক্ৰছকাৰন্টৰ দৰে সৰু সাংবাদ…

ঋণ লৈও আগুৱাব পৰা নাই কিয় অসম?

ঋণ লৈ আগুৱাইছে কেৰালা৷পিছুৱাইছে কিয় অসম?সদনত উত্থাপন হৈছে অসম চৰকাৰৰ ঋণৰ প্ৰসংগ৷বিধায়ক অখিল গগৈয়ে কার্টুন অংকিত টি চার্ট পিন্ধি বিধানসভাৰ প্ৰাংগণত সাব্যস্ত কৰিছে প্ৰতিবাদ৷তাৰমাজতে সদনত মুখ্যমন্ত্ৰীৰ বক্তব্য-ঋণ লব পৰা শক্তিৰ বাবে অসম চৰকাৰ…

অসমত কেইলাখ নিবনুৱা আছে?

আজিৰ পৰা ছয়টা বছৰ আগৰ কথা৷বর্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কংগ্ৰেছ এৰি যোগ দিছে বিজেপিত৷তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিল নিবনুৱাৰ কথা।হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসমৰ ২৩ লাখ নিবনুৱাৰ কথা।তৰুণ গগৈ চৰকাৰক সমালোচনা কৰি এই ২৩ লাখ…

মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা….

মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা….ললিত গগৈৰ ফেচবুকৰ পৰা ললিত গগৈ মাত্ৰ ৪০০ কোটি । মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা থাকোতেই শৰৎ চন্দ্ৰ সিংহৰ চিন্তাত টোপনি খতি ।…

৫ বছৰত অসম চৰকাৰে কেৱল সুদ পৰিশোধত ব্যয় কৰিলে ৰাজভৰালৰ ২০ হাজাৰ ৬৫৮ কোটি টকা

৫ বছৰত অসম চৰকাৰে কেৱল সুদ পৰিশোধত ব্যয় কৰিলে ৰাজভৰালৰ ২০ হাজাৰ ৬৫৮ কোটি টকা৷এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ভাৰতীয় ৰিজার্ভ বেংকে৷ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বর্ষৰ অন্তিম সময়ত অসম চৰকাৰৰ সর্বমুঠ ধাৰৰ পৰিমান আছিল ৯৩ হাজাৰ…

অসম বিধানসভাত নাগৰিকত্ব(সংশোধনী) আইন আৰু কা’ বিৰোধী আন্দোলন সম্পৰ্কত শিৱসাগৰ সমষ্টিৰ বিধায়ক…

প্ৰশ্ন:নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৯ আৰু কা' বিৰোধী আন্দোলনত অসমত কিমানজন লোক পুলিচৰ গুলীত মৃত্যু হ'ল? উত্তৰ:নাগৰিকত্ব(সংশোধনী)বিধেয়ক,২০১৯ আৰু কা' বিৰোধী আন্দোলনত অসম আৰক্ষীৰ গুলীত মুঠ তিনিজন লোকৰ মৃত্যু হয়।উল্লেখ থাকে যে আৰু এজন ব্যক্তিৰ…