টেগ #himanta_biswa_sarma

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্ত বিচাৰি জিলাই জিলাই উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ জাতীয় পৰিষদৰ:

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা সমন্বিতে পৰিয়ালৰ কেইবাগৰাকী লোক ব্যাপক ভূমি কেলেংকাৰী আৰু অবৈধ ধনৰ সৰবৰাহৰ সৈতে জড়িত হোৱা বুলি উত্থাপিত অভিযোগৰ তদন্ত বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে৷ আজি দলৰ জিলা…

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্ত কৰক। নিৰপেক্ষ তদন্তৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক : চি পি আই (এম)

ভূমি আইন আৰু চৰকাৰৰ ভূমি নীতি সম্পূৰ্ণৰূপে উলংঘা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত চৰকাৰী আৰু চিলিং উদ্বৃত্ত মাটি আৱণ্টন দিয়াৰ বৃহৎ কেলেংকাৰি পোহৰলৈ আহিছে৷ ‘দ্য ৱাইৰ’ আৰু ‘দ্য ক্ৰছ কাৰেণ্ট’ সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি ড॰…

সংবাদমাধ্যমৰ ভূমিকাক লৈ মুখ্য ন্যায়াধীশৰ ইমান আক্ষেপ কিয় ?

অৰূপ কলিতা অপ্ৰত্যাশিতভাৱে মেডিয়াৰ কেনভাছৰ পৰা অনুসন্ধানমূলক সাংবাদিকতাৰ ধাৰণা অদৃশ্য হৈ পৰিছে ৷- এইদৰে আক্ষেপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই ৷ এখন গ্ৰন্থ উন্মোচনী সভাত ভাগ লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে অতীতত আমি…

মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰিক লৈ সৰৱ লুৰীণজ্যোতি গগৈ 

লুৰীনজ্যোতি গগৈৰ ভাষ্য- এটা পৰিয়ালৰ পৰা অসমৰ সমগ্ৰ ভূমি দখলৰ প্ৰচেষ্টা চলিছে৷ ৰাজনৈতিক পৃষ্ঠপোষকতাত অসমৰ সর্ববৃহৎ কেলেংকাৰিটো সংঘটিত হৈছে৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ৷ অসমৰ মূলসুতিৰ সংবাদ মাধ্যমকো চোকা সমালোচনা লুৰীনজ্যোতি গগৈৰ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে মুকলি কৰা…

দিল্লীলৈ হঠাৎ কিয় মুখ্যমন্ত্ৰী?

আজি নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷জৰুৰীভাৱে দিল্লীলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক৷আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী গৰাকী৷বিয়লিলৈ গুৰুত্বপূৰ্ণ বিষয়ত অমিত শ্বাহৰে আলোচনাত বহিব হিমন্ত বিশ্ব শর্মা৷ উল্লেখনীয় যে,নাগালেণ্ডৰ ঘটনাৰ পিছতেই দিল্লীলৈ মুখ্যমন্ত্ৰী গৰাকীক জৰুৰীভাবে মাতি পঠোৱা বুলি বাতৰি…

বঙাইগাওত ৰাজ্যিক কেবিনেট,কি সিদ্ধান্ত হব বৈঠকত?

বঙাইগাওত অনুষ্ঠিত হৈছে ৰাজ্যিক কেবিনেট৷ বুধবাৰৰ ১১ বজাৰ পৰা বঙাইগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই কেবিনেট বৈঠক। বৈঠকৰ পূৰ্বে জিলা উপায়ুক্তৰ কাৰ্যালয়ত বীৰ লাচিতৰ প্ৰতি শ্ৰদ্ধা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে বিধানসভাৰ অধ্যক্ষ বিশ্বিজিৎ…

মাজুলীৰ নিশাৰ অতিথি হ’ব মুখ্যমন্ত্ৰী : বংশীধৰ পায়েঙৰ ঘৰত কিহৰ ব্যস্ততা ?

লাচিতে নিশাটোৰ ভিতৰতে গড় বন্ধাৰ দৰে সাজি উলিওৱা হ’ল এটা ঘৰ ৷ মাজুলীৰ বংশীধৰ পায়েঙৰ ঘৰত এদিনৰ ভিতৰত এটা চাংঘৰ সাজিছে জিলা প্ৰশাসনে ৷ ঘৰটোলৈ আহিছে নতুন নতুন আচবাব ৷ নতুন টেবুল , চকী , বিচনা , আলমিৰা ইত্যাদি ইত্যাদি…

ৰাজ্যিক বিজেপিত বিদ্ৰোহৰ উকমুকনি!

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন কাকত ‘নিয়মীয়া বাৰ্তা’ত ১৭ নবেম্বৰত প্ৰকাশ পাইছে অসম চৰকাৰৰ খাদ্য – অসামৰি যোগান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেবিনেট মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ এটা আছুতীয়া সাক্ষাৎকাৰ ৷ কাকতখনৰ ‘ৰাজনীতি’ শীৰ্ষক সপ্তম…

সুমন স্বর্গীয়াৰীৰ ঘৰত মুখ্যমন্ত্ৰী

মনিপুৰত শ্বহীদ হোৱা অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰীৰ ঘৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী৷শ্বহীদৰ পৰিয়ালক সমবেদনা কৰে জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷শ্বহীদ সুমনৰ কণমানি সন্তানক কোলাত লৈ আৱেগিক হৈ পৰা দেখা গল মুখ্যমন্ত্ৰীজনক৷শ্বহীদ পৰিয়াললৈ ৫০ লাখ টকাৰ অনুদান ঘোষনা মুখ্যমন্ত্ৰীৰ

মেঘালয় সীমান্তলৈ হিমন্ত বিশ্ব শৰ্মা।

মঙ্গলবাৰে দিনৰ পুৱা অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধানৰ বাবে চিৰসেউজ লাম্পীত উপস্থিত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা। অসম মেঘালয়ৰ সীমান্তৰ লাম্পীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰথমটো ভ্ৰমন।