সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#himanta_biswa_sarma

RBS PAPERS : ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব কংগ্ৰেছে দ্য ক্ৰছকাৰেন্ট আৰু দ্য…

RBS PAPERS : ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব কংগ্ৰেছে দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হোৱা মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনীৰ ভূমি কেলেংকাৰিক লৈ এতিয়াও উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি ৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ…

নৱবৰ্ষৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল

আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। আজিৰ দিনটোতে কইনাধৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে সংবাদমেল অনুষ্ঠিত কৰি মত বিনিময় কৰে। লগতে অসম চৰকাৰৰ তৰফৰ পৰা সমূহ অসমবাসীক ইংৰাজী নববর্ষৰ শুভেচ্ছা জনাই।…

ভূমি কেলেংকাৰিৰ বাতৰি কিয় ওলোৱা নাছিল অসমৰ সংবাদ মাধ্যমত?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰ যৌথ অনুসন্ধানত ফাদিল হৈছিল ৰিনিকি ভূঞা শর্মাই প্ৰতিষ্ঠা কৰা ভূমি কেলেংকাৰিৰ বিস্ফোৰক তথ্য৷অসমৰ ইতিহাসৰ এই সর্ববৃহৎ ভূমি কেলেংকাৰিৰ বাতৰি অসমৰ সর্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ দ্য ক্ৰছকাৰন্টৰ দৰে সৰু সাংবাদ…

ঋণ লৈও আগুৱাব পৰা নাই কিয় অসম?

ঋণ লৈ আগুৱাইছে কেৰালা৷পিছুৱাইছে কিয় অসম?সদনত উত্থাপন হৈছে অসম চৰকাৰৰ ঋণৰ প্ৰসংগ৷বিধায়ক অখিল গগৈয়ে কার্টুন অংকিত টি চার্ট পিন্ধি বিধানসভাৰ প্ৰাংগণত সাব্যস্ত কৰিছে প্ৰতিবাদ৷তাৰমাজতে সদনত মুখ্যমন্ত্ৰীৰ বক্তব্য-ঋণ লব পৰা শক্তিৰ বাবে অসম চৰকাৰ…

অসমত কেইলাখ নিবনুৱা আছে?

আজিৰ পৰা ছয়টা বছৰ আগৰ কথা৷বর্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কংগ্ৰেছ এৰি যোগ দিছে বিজেপিত৷তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিল নিবনুৱাৰ কথা।হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসমৰ ২৩ লাখ নিবনুৱাৰ কথা।তৰুণ গগৈ চৰকাৰক সমালোচনা কৰি এই ২৩ লাখ…

মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা….

মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা….ললিত গগৈৰ ফেচবুকৰ পৰা ললিত গগৈ মাত্ৰ ৪০০ কোটি । মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা থাকোতেই শৰৎ চন্দ্ৰ সিংহৰ চিন্তাত টোপনি খতি ।…

৫ বছৰত অসম চৰকাৰে কেৱল সুদ পৰিশোধত ব্যয় কৰিলে ৰাজভৰালৰ ২০ হাজাৰ ৬৫৮ কোটি টকা

৫ বছৰত অসম চৰকাৰে কেৱল সুদ পৰিশোধত ব্যয় কৰিলে ৰাজভৰালৰ ২০ হাজাৰ ৬৫৮ কোটি টকা৷এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ভাৰতীয় ৰিজার্ভ বেংকে৷ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বর্ষৰ অন্তিম সময়ত অসম চৰকাৰৰ সর্বমুঠ ধাৰৰ পৰিমান আছিল ৯৩ হাজাৰ…

অসম বিধানসভাত নাগৰিকত্ব(সংশোধনী) আইন আৰু কা’ বিৰোধী আন্দোলন সম্পৰ্কত শিৱসাগৰ সমষ্টিৰ বিধায়ক…

প্ৰশ্ন:নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৯ আৰু কা' বিৰোধী আন্দোলনত অসমত কিমানজন লোক পুলিচৰ গুলীত মৃত্যু হ'ল? উত্তৰ:নাগৰিকত্ব(সংশোধনী)বিধেয়ক,২০১৯ আৰু কা' বিৰোধী আন্দোলনত অসম আৰক্ষীৰ গুলীত মুঠ তিনিজন লোকৰ মৃত্যু হয়।উল্লেখ থাকে যে আৰু এজন ব্যক্তিৰ…

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্ত বিচাৰি জিলাই জিলাই উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ…

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা সমন্বিতে পৰিয়ালৰ কেইবাগৰাকী লোক ব্যাপক ভূমি কেলেংকাৰী আৰু অবৈধ ধনৰ সৰবৰাহৰ সৈতে জড়িত হোৱা বুলি উত্থাপিত অভিযোগৰ তদন্ত বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে…

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্ত কৰক। নিৰপেক্ষ তদন্তৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক…

ভূমি আইন আৰু চৰকাৰৰ ভূমি নীতি সম্পূৰ্ণৰূপে উলংঘা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত চৰকাৰী আৰু চিলিং উদ্বৃত্ত মাটি আৱণ্টন দিয়াৰ বৃহৎ কেলেংকাৰি পোহৰলৈ আহিছে৷ ‘দ্য ৱাইৰ’ আৰু ‘দ্য ক্ৰছ কাৰেণ্ট’ সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি…