টেগ #himanta_biswa_sarma

কাজিৰঙা আৰু কাগজ কলক লৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজি অনুষ্ঠিত হ’ল কেবিনেট বৈঠক। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কাজিৰঙাক ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ প্ৰদক্ষেপ। কাজিৰঙাৰ ১০ কিলোমিটাৰ আঁতৰে আঁতৰে ইক’ছেন্সিটিভ জ’ন ঘোষণা। ইক’ছেন্সিটিভ জ’নৰ অন্তৰ্গত ৭ টা সুৰক্ষিত স্থান…

অসমত হিমন্ত বিশ্বৰ মুখৰ কথাই আইন নেকি ?

অসমত এতিয়া আইনৰ শাসনৰ নামত চলিছে আৰক্ষীৰ স্বেচ্ছাচাৰিতা আৰু মুকলি ৰাজনৈতিক হস্তক্ষেপ ৷ বিকি গুপ্তাৰ ঘটনাটোৱে এই কথাকেই উদঙাই থৈ গ’ল ৷ সবিশেষ আলোচনা চাওক ‘ৰাউণ্ড দ্য ক্লক’ত-  

সংসদীয় গণতন্ত্ৰক অৱমাননা কৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই?

সংসদীয় গণতন্ত্ৰক অৱমাননা কৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই? নির্বাচনৰ ফলাফলৰ পিছত কংগ্ৰেছী বিধায়কক ঘৰলৈ মাতি অনা,বিৰোধীৰ চৰকাৰ নাই বাবে ৰাইজক বিৰোধীক ভোট দিয়াতকৈ ঘৰত শুই থাকিবলৈ আহ্বান জনোৱাৰ পৰা কংগ্ৰেছী বিধায়কক ভোট বিচৰালৈ,হিমন্ত বিশ্ব শর্মাই নস্যাৎ কৰিছে নেকি গণতন্ত্ৰত…

হৰ্ছ ট্ৰেডিঙ আচলতে কি ?

উনৈশ শতিকাৰ আৰম্ভণিত কেমব্ৰিজ অভিধানত অন্তৰ্ভুক্ত হৈছিল এটা শব্দ ৷ হৰ্ছ ট্ৰেডিঙ ৷ ঘোৰাৰ বেচা কিনা সংক্ৰান্ততে এই শব্দটো ব্যৱহাৰ কৰা হৈছিল ৷ কিন্তু লাহে লাহে হৰ্ছ ট্ৰেডিঙ হৈ পৰিল এটা ৰাজনৈতিক শব্দ ৷ উনৈশ শতিকাৰ আৰম্ভণিৰ দিনবোৰত ভাল প্ৰজাতিৰ…

কি কৌশলেৰে বিজেপিয়ে জয়ী কৰাব ৰাজ্যসভাৰ দ্বিতীয়গৰাকী প্ৰার্থীক?

ৰাজ্যসভাৰ নির্বাচন৷ বিজেপি মিত্ৰজোঁটে দূয়োখন আসনৰ বাবে ঘোষণা কৰিলে প্ৰার্থী৷প্ৰথমখন আসনৰ বাবে বিজেপি দলৰ পবিত্ৰ মার্ঘেৰিটাক আৰু দ্বিতীয়খন আসনৰ বাবে মিত্ৰ দল ইউপিপিএলৰ ৰৌণগোৰা নার্জাৰীক৷ প্ৰধান বিৰোধী দল কংগ্ৰেছেও ৰাজ্যসভাৰ নির্বাচনত অৱতীর্ণ কৰাব ৰিপুণ বৰাক৷কংগ্ৰেছৰ দাবী বিৰোধী পক্ষৰ সকলো বিধায়কৰ…

ৰাজ্যসভা নির্বাচনত বিৰোধীৰ ভোটেৰে কেনেকৈ জিকিছিল শাসকীয় প্ৰার্থী?

পীয়ুষ হাজৰিকাই কৈছে,ৰিপুন বৰা নিজিকে৷কংগ্ৰেছৰেই বহুতে ৰিপুন বৰাক নিবিচাৰে৷ইয়াৰ অর্থ এয়াই,যে কংগ্ৰেছেও ৰিপুন বৰাক ভোট নিদিব পাৰে,কংগ্ৰেছেও ভোট দিব পাৰে বিজেপিক৷কিন্তু এয়া সম্ভবনে?ৰাজ্যসভাৰ নির্বাচনক লৈ ইতিমধ্যে গৰম হৈছে ৰাজনীতি৷চলিছে ৰাজনৈতিক অংক৷কিন্তু তাৰমাজতে উত্থাপন হৈছে প্ৰশ্ন,উমৈহতীয়া বিৰোধী প্ৰার্থীক ভোট দিবনে সকলো…

সুদ ভৰি ভৰি সৰ্বস্বান্ত হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা?

৫ বছৰত সুদৰ নামতেই যাব ৫৫ হাজাৰ কোটি টকা৷হয়,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰে আগন্তুক ৫ টা বছৰত সুদৰ নামত ভৰিব ৫৫ হাজাৰ কোটি টকা৷কিন্তু কিয়?এই সন্দর্ভত আজি দৈনিক অসম কাকতত এক বিশেষ প্ৰতিবেদন লিখিছে সাংবাদিক জীতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে৷তাৰেই আধাৰত…

ৰাজকন্যা বৰুৱাৰ জামিন লাভ

ৰাজকন্যা বৰুৱাৰ জামিন লাভ। ৫০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত জামিন লাভ দুটাকৈ গোচৰত অভিযুক্ত ৰাজকন্যা বৰুৱা। যোৱা ৭ মাৰ্চত এটা গোচৰত জামিন লাভ কৰাৰ লগতে আজি আনটো গোচৰত জামিন লাভ ৰাজকন্যাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে এই জামিন।