Investigative reporting with dedication.
আয়োগৰ সকীয়নীৰ পাছতো কিয় আইন মানি চলিবলৈ বাধ্য নহয় মুখ্যমন্ত্ৰী শৰ্মা?

আয়োগৰ সকীয়নীৰ পাছতো কিয় আইন মানি চলিবলৈ বাধ্য নহয় মুখ্যমন্ত্ৰী শৰ্মা?
Investigative reporting with dedication.

আয়োগৰ সকীয়নীৰ পাছতো কিয় আইন মানি চলিবলৈ বাধ্য নহয় মুখ্যমন্ত্ৰী শৰ্মা?

‘চহী লগিব মোৰ,কংগ্ৰেছে কয় কাম আমি কৰিম৷এইটো কেনেকৈ হ’ব?’প্ৰশ্ন মুখ্যমন্ত্ৰীৰ? ‘মই নোৱাৰা কাম,কেনেকৈ কৰিব বিৰোধীয়ে?’- প্ৰশ্ন মুখ্যমন্ত্ৰীৰ৷ পৌৰ নিগম নির্বাচনত ভোট বিচাৰি গুৱাহাটীবাসীক আৰু কি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব…

চাৰি বছৰে নিযুক্তিৰ বাবে আশাৰে ৰৈ থকা এদল নিবনুৱা ৷ ফলাফল বিচাৰি আহিছিল মহানগৰীলৈ ৷ তাৰ পাছত সন্মুখীন হ’ল অকথ্য নিৰ্যাতনৰ ৷ মুখ্যমন্ত্ৰীৰ সন্দেহ-ফাদিল হৈছে ফলাফল ৷ আৰক্ষীৰ নিযুক্তিক লৈ অনেক প্ৰশ্ন ৷ চাওক এই প্ৰতিবেদনত – স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ…

হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালৰ পৰা শিক্ষা লোৱাৰ আগ্ৰহ দেখুৱাবনে ?

ৰাজকোষৰ কোটি কোটি টকা ব্যয়ৰে অৰ্ধ শতাধিক শিল্পীক নিমন্ত্ৰণ কৰি চৰকাৰে উদযাপন কৰিলে ৰঙালী বিহু। কিন্তু ভাবিবলৈ কিয় আহৰি নাই এইসকল কৰ্মচাৰীৰ কথা?

কিহৰ দাম বৃদ্ধি হৈছে?দাম বৃদ্ধি ক’ত হৈছে উদাহৰণ দিয়ক বুলি দম্ভালি মাৰিছিল সাংসদ কামাখ্যা প্ৰসাদ তাছাই। ধনী মানুহৰ দল বিজেপিৰ বাবে দেশত কতো মল্যবৃদ্ধি হোৱা নাই। দাম বৃদ্ধিৰ কথা সুধিলে সাংবাদিকক ওলোটাই ধমক সোধায় বিজেপি নেতাই। কিন্তু তথ্যই কয় যে…

বিষাক্ত কাঠফুলাৰ লগত কি সম্পৰ্ক চৰকাৰৰ অৰুণোদয় আঁচনিৰ? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: Twitter:

‘অসমত আদালতৰ প্ৰয়োজন নাই৷হিমন্ত বিশ্ব শর্মাই এতিয়া মুখ্যমন্ত্ৰী,পুলিচ,আইন আদালত আৰু বিচাৰক৷’ মূল্যবৃদ্ধি আৰু এনকাউন্টাৰক লৈ সৰৱ হল অখিল গগৈ৷৬০ টকা দামৰ পেট্ৰল ৰাইজে কিনিব লগা হৈছে এশ টকাত৷কেনেকৈ কমিব মূল্যবৃদ্ধি?বাখ্যা অখিল গগৈৰ৷

অসমীয়াই বাধ্যতামূলকভাবে হিন্দী শিকিব,কিন্তু কোনে শিকিব অসমীয়া? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: Twitter:

চাহ বাগিচাৰ এলেকাত আদৰ্শ বিদ্যালয়ৰ নামত চৰকাৰে নিৰ্মাণ কৰিব কেৱল গৃহ।শিক্ষক নিযুক্তি দিব পূৰ্বে প্ৰাদেশীকৃত বিদ্যালয়ত শিক্ষকতা কৰি থকা শিক্ষকক।কিন্তু সেইসমূহ প্ৰাদেশীকৃত বিদ্যালয়ত পাঠদান কৰিব কোনে?আদৰ্শ বিদ্যালয় নিৰ্মাণৰ নামত ভেল্কিবাজী হিমন্ত বিশ্ব চৰকাৰৰ।