ৰাজ্যসভা নির্বাচনত বিৰোধীৰ ভোটেৰে কেনেকৈ জিকিছিল শাসকীয় প্ৰার্থী?

Share This Article

পীয়ুষ হাজৰিকাই কৈছে,ৰিপুন বৰা নিজিকে৷কংগ্ৰেছৰেই বহুতে ৰিপুন বৰাক নিবিচাৰে৷ইয়াৰ অর্থ এয়াই,যে কংগ্ৰেছেও ৰিপুন বৰাক ভোট নিদিব পাৰে,কংগ্ৰেছেও ভোট দিব পাৰে বিজেপিক৷কিন্তু এয়া সম্ভবনে?ৰাজ্যসভাৰ নির্বাচনক লৈ ইতিমধ্যে গৰম হৈছে ৰাজনীতি৷চলিছে ৰাজনৈতিক অংক৷কিন্তু তাৰমাজতে উত্থাপন হৈছে প্ৰশ্ন,উমৈহতীয়া বিৰোধী প্ৰার্থীক ভোট দিবনে সকলো বিৰোধীয়ে?এই প্ৰশ্ন উত্থাপন হোৱাৰ আৰত আছে ২০১০ চনৰ এটা ৰাজ্যসভা নির্বাচন৷কাৰণ সেই নির্বাচনতেই বিৰোধীৰ ভোটেৰে ৰাজ্যসভাত বিজয় সাব্যস্ত কৰিছিল শাসকীয় দল কংগ্ৰেছৰ প্ৰার্থীয়ে৷ৰাজ্যসভাৰ নির্বাচন আহিলে অসম ৰাজনীতিত সজিব হৈ পৰে ২০১০ চনৰ সেই ৰাজ্যসভা নির্বাচন৷আজিৰ দস্তাবেজত আগবঢ়াইছো ২০১০ চনৰ ৰাজ্যসভা নির্বাচনৰ এটা বিশেষ ঘটনা৷

 

স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook: https://www.facebook.com/TheCrossCurrent YouTube: https://www.youtube.com/c/TheCrossCurrentYoutube Instagram: https://www.instagram.com/crosscu

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.