সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Cross current News

“এক দেশ এক ৰেশ্যন কাৰ্ড”-১জনুৰ পৰা ৰেশ্যন কাৰ্ড হিতাধিকাৰীলৈ ভাল খবৰ

১ জুনৰ পৰা সলনি হ'ব ৰেশ্যন কাৰ্ডৰ নিয়ম । ২০খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলত এই নিয়মৰ সালসলনি হ'ব। ২৩খন ৰাজ্যৰ ৬৭ কোটি লোকে পাব এই সুবিধা। এই নিয়ম প্ৰযোজ্য হোৱাৰ লগে লগে ৰেশ্যন কাৰ্ড পৰ্টেবিলিবিটীৰ যোগেদি দেশৰ সকলো স্থানতে ৰেশ্যন কাৰ্ডৰ…

বানৰ বাতৰিঃ মৃত্যু দুজনৰ

Assam State Management Authorityৰ ২৯ মে'ৰ প্ৰতিবেদন অনুসৰি আজিৰ দিনটোত ৰাজ্যৰ বানত আক্ৰান্ত গাঁওৰ সংখ্যা ৩৫৬খন।ৰাজ্যৰ মুঠ এঘাৰটা ৰাজহ চক্ৰৰ ২৪৭৫৫ হেক্টৰ কৃষিভূমি আজিৰ দিনটোত বানৰ কৱলত।বানৰ কৱলত এতিয়ালৈকে গোৱালপাৰা আৰু হোজাইত দুজন ব্যক্তিয়ে…

প্ৰবাসী শ্ৰমিকৰ ৰে’ল ভাড়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

প্ৰবাসী শ্ৰমিকৰ পৰা কোনো চৰকাৰে ট্ৰেইন বা বাছৰ ভাড়া ল'ব নোৱাৰিব- এই নিৰ্দেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। ৰাজ্যসমূহে ট্ৰেইনৰ অনুৰোধ জনোৱাৰ লগে লগে পলম নকৰি ট্ৰেইনৰ ব্যৱস্থা কৰিব লাগিব বুলিও ৰে'ল মন্ত্ৰালয়ক শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ…

বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাক ৰাষ্ট্ৰদ্ৰোহী কিয় ক’লে বিজেপি বিধায়কে?

বলীউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ দাম্পত্য জীৱনক লৈ দেশে-বিদেশে প্ৰায়ে যোগাত্মক চৰ্চা। কিন্তু এইবাৰ অনুষ্কা শৰ্মাক দেশদ্ৰোহী সজাই এজন বিজেপিৰ বিধায়কে দিলে অদ্ভূত মন্তব্য। এক সংবাদমাধ্যমত প্ৰকাশিত…

ফৰিঙৰ উপদ্ৰৱত কৃষকৰ অভিনৱ পন্থা, পথাৰতে উচ্চ প্ৰাবল্যত বজালে ডাঙৰ ডাঙৰ ডি জে বক্সত গান

ফৰিঙৰ উপদ্ৰৱত উত্তৰপ্ৰদেশত হাৰাশাস্তি হৈছে বহু কৃষকৰ। ৰাজ্যখনৰ প্ৰায় ১০খন জিলাত উপদ্ৰৱ চলাইছে জাক জাক ফৰিঙে। ফৰিঙৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ কৃষকে লৈছে আজৱ পদক্ষেপ। ডাঙৰ ডাঙৰ ডি জে বক্সৰ সহায়ত গান বজাই ফৰিং খেদোওৱাৰ চেষ্টা কৰিছে…

BJPৰ অন্যতম জনপ্ৰিয় নেতা সম্বিত পাত্ৰৰ শৰীৰত ক’ৰোনাৰ উপসৰ্গ

BJPৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰক গুৰগাঁৱৰ এখন ব্যক্তিগত চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে। ক'ৰোনাৰ লক্ষণ দেখা দিয়াৰ পাছতেই ভৰ্তি কৰোৱা হৈছে মুখপাত্ৰজনক। গুৰগাঁৱৰ মেডান্টা চিকিত্সালয়ত বৃহস্পতিবাৰে ভৰ্তি হয় বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰ।…

সাম্প্ৰদায়িক, বিদ্বেষমূলক খবৰ প্ৰচাৰ কৰা মিডিয়াৰ বিৰুদ্ধে ছুপ্ৰীম ক’ৰ্ট

ক'ৰোনা মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে একাংশ লোকে ইলেকট্ৰনিক, প্ৰিণ্ট আৰু ছচিয়েল মিডিয়াৰ যোগেদি সাম্প্ৰদায়িক তথা বিদ্বেষমূলক খবৰ প্ৰকাশ কৰি আহিছে। তাৰ মাজতেই বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ, প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া আৰু নিউজ…

১ মে’ৰ পৰা ৯১লাখ প্ৰবাসীক প্ৰত্যাৱৰ্তন নিজ নিজ ৰাজ্যলৈ

দেশত শ্ৰমিকৰ বাবে স্পেছিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰাৰ পাছত এতিয়ালৈকে প্ৰায় ৯১লাখ প্ৰব্ৰজিত শ্ৰমিকক নিজ নিজ গৃহলৈ ওভতাই নিয়া হৈছে। ছুপ্ৰীম কৰ্টক এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰে। লগতে এজনো শ্ৰমিক ৰৈ নোযোৱাকৈ শেষৰ পৰ্যন্ত এই বিশেষ সেৱাৰ ব্যৱস্থা…

অনলাইন শিক্ষাব্যৱস্থা বনাম প্ৰগতিশীলতা

প্ৰতিবাদ হব লাগে বেচৰকাৰী কৰন, শিক্ষা সংকোচন , শিক্ষাৰ bureaucratisation শেষ কৰাৰ বাবে ৷ এইবোৰ নকৰি কিছুমানক ফুচুলাই propoganda চলাইছে ৷ সিহতে বুজা উচিত online class শেষ কৰিলেই স্কুল বেছি নহয় বেছি শি্ক্ষক নিযুক্ত নহয় হোষ্টেল নাবাঢ়ে ৷…

ক’ৰোনা-এয়া কেৱল প্ৰথম ঢৌৰ মধ্যাংশহেঃ WHO

সমগ্ৰ বিশ্বত ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৫লাখৰ অধিক হৈছে। প্ৰায় ৫৬ লাখ ১৭হাজাৰ লোক ক'ৰোনাত আজিলৈকে সংক্ৰমিত হৈছে আৰু ইতিমধ্যেই প্ৰায় ৩ লাখ লোকৰ মৃত্যু হৈছে। কিন্তু তাৰ মাজতেই বহু দেশে অৰ্থব্যৱস্থাৰ চকৰী ঘুৰাবলৈ শিথিল কৰি দিছে লক্ ডাউন। বিশ্ব…