সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Cross current News

হঠাতে সুৰ সলালে বিশ্ব স্বাস্থ্য সংস্থাই

সমগ্ৰ বিশ্বতে ক'ৰোনাৰ ত্ৰাসৰ সময়ত হাইড্ৰ'ক্সিক্ল'ৰ'কুইনে সৃষ্টি কৰিছে বহু বিতৰ্কৰ। ড'নাল্ড ট্ৰাম্পেও দিছিল কেতবোৰ মন্তব্য। আনকি তেওঁ নিজে হাইড্ৰ'ক্সিক্ল'ৰ'কুইনৰ ব্যৱহাৰ কৰিছিল বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই…

নতুন তথা বিত্তীয় বাজেটত ঘোষণা কৰা প্ৰকল্পৰ ক্ষেত্ৰত এবছৰলৈ কেন্দ্ৰই আবণ্টন নকৰে ধন!

আগন্তুক এক বছৰত দেশত কোনো প্ৰকল্পৰ বাবে ধন খৰচ কৰা নহ'ব- এইদৰেই স্পষ্টকৈ জনাইছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। শুক্ৰবাৰে বিত্তমন্ত্ৰীগৰাকীয়ে জনায় যে ক'ৰোনাৰ সাম্প্ৰতিক সময়ত দেশত নিম্নগামী হোৱা অৰ্থব্যৱস্থাক পুনৰুজ্জীৱিত কৰাৰ বাবে…

পৰিৱেশ দিৱসৰ দিনা কেন্দ্ৰৰ নতুন কাৰ্যক্ৰমঃ ‘হ্ৰাস কৰিব লাগে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ’

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ২০০টাকৈ কৰ্প'ৰেশ্যন আৰু নগৰত 'নগৰ ভান' বা 'নগৰ অৰণ্য' উন্মোচন কাৰ্যসূচী গ্ৰহণ কৰে। নগৰ সমূহত বৰ্তমানে যথেষ্ট পৰিমাণে পৰিৱেশ বিনষ্ট হৈ আহিছে। তাৰেই পৰিপ্ৰেক্ষিতত…

ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে গুজৰাটত কংগ্ৰেছৰ খহনীয়া

গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বেই ইজনৰ পিছত সিজন কংগ্ৰেছী বিধায়কে পদত্যাগ কৰাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। পদত্যাগ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক ব্ৰিজেশ মেৰজাই। ১৯ মে'ত ভোটগণনা হ'ব গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনৰ। বিধানসভাৰ সচিবালয়ে নিশ্চিত…

কেৰেলাৰ হাতীৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ সৈতে জৰিত এজনক গ্ৰেপ্তাৰ

কেৰেলাত সংঘটিত হোৱা হাতীৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ বাবে এজন জগৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, অনাৰসত ভৰাই থোৱা বিস্ফোৰক পদাৰ্থসমূহ ধৃত লোকজনে যোগান ধৰিছিল। অৱশ্যে ঘটনাৰ সৈতে আন কেইবাজনো জৰিতৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।…

ভাৰতক লৈ ট্ৰাম্পে জনোৱা আন্তঃৰাষ্ট্ৰীয় আহ্বানে সৃষ্টি কৰিছে চীনৰ মূৰৰ কামোৰণি

জি-৭ গোষ্ঠীত ভাৰতৰ নাম অন্তৰ্ভুক্তি সন্দৰ্ভত এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ট্ৰাম্পে ভাৰতসহ দক্ষিণ কোৰিয়া, অষ্ট্ৰলিয়া আৰু ৰাছিয়াক জি-৭ত অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। যদিহে দেশসমূহ অন্তৰ্ভুক্ত হয়, তেন্তে…

ভাৰতৰ বিৰুদ্ধে কিয় তদন্তত নামিব আমেৰিকা? বিবৃতিত প্ৰকাশ কৰিলে মাৰ্কিন প্ৰশাসনে

গুগল, ফেচবুক, এপল্, আমাজন, নেটফ্লিক্সৰ দৰে আমেৰিকাৰ আইটি কোম্পানীসমূহে অনলাইনযোগে বিক্ৰী কৰা  পণ্য সামগ্ৰীত দেশসমূহে কিমান অতিৰিক্ত কৰ লগাই, তাৰ তদন্ত কৰিব কেইখনমান আমেৰিকাই। সেই অনুসৰি ভাৰত, তুৰস্ক, ইণ্ডোনেছিয়াত আমেৰিকাই চলাব তদন্ত।…

কঠোৰ লক্ ডাউনত কেনেকৈ বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যাঃ প্ৰশ্ন ৩ সংগঠনৰ, অস্বস্তিত কেন্দ্ৰ

ভাৰতত ২৪ মাৰ্চত ঘোষণা কৰা হৈছিল লক্ ডাউন। ২৫ মাৰ্চৰ পৰা ২৫ মেলৈকে মাত্ৰ দুমাহত ৬২৫ৰ পৰা ১,৩৮,৮৪৫জন লোকৰ শৰীৰলৈ ক'ৰোনা সংক্ৰমিত হৈছে। লক্ ডাউনৰ সময়ত হ্ৰাস হোৱাৰ পৰিৱৰ্তে দেশত ক'ৰোনাৰ আক্ৰান্তৰ সংখ্যা ক্ৰমাত্ বৃদ্ধিহে পাইছে। এনে…

“অদৃশ্য শক্তিৰ বিৰুদ্ধে জয়ী হ’ব অপৰাজেয় শক্তি”- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

"দেশত অদৃশ্য শক্তি আৰু অপৰাজেয় শক্তিৰ মাজত যুদ্ধ হৈছে। ক'ৰোনা এক অদৃশ্য শক্তি ঠিকেই, কিন্তু আমাৰ যুদ্ধ আৰু স্বাস্থ্যকৰ্মীসকল অপাৰেজয়।তেওঁলোক নিশ্চিতভাৱে এই যুদ্ধত জয়ী হ'ব"- এইদৰেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ…

দ্বিতীয় শাসনৰ প্ৰথমটো বৰ্ষপূৰ্তিত দেশবাসীক উদ্দেশ্যী প্ৰধানমন্ত্ৰী মোডীয়ে লিখিলে ‘স্বৰ্ণযুগৰ…

দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বছৰ সম্পূৰ্ণ কৰিলে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে। এই বৰ্ষপূতিৰ সৈতে সংগতি ৰাখিয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি লিখিছে এখন পত্ৰ। 'স্বৰ্ণযুগৰ এবছৰ' শিৰোনামেৰে পত্ৰত তেওঁ দেশবাসীক…