সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

coronavirus

প্লাজমা থেৰাপি কৰোনা ভাইৰাছ আৰোগ্য কৰাৰ বাবে উপযুক্ত নহয় নেকি?

কৰোনা ভাইৰাছৰ চিকিৎসাত বৰ্তমানে ভাৰত বৰ্ষত বহুল ভাৱে চৰ্চিত হৈছে প্লাজমা থেৰাপি। ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যিক চৰকাৰে প্লাজমা থেৰাপিক কোভিড- ১৯ চিকিৎসাৰ এক অংশ ৰূপে গ্ৰহণ কৰাই নহয় প্লাজমা দানৰ বাবে কোভিড-১৯ ত আক্ৰান্ত হৈ আৰোগ্য হোৱা সকলক…

দেশৰ অৰ্থনীতিৰ অৱস্থা শোচনীয়, বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি

কৰোনা ভাইৰাচৰ সংকট আৰু লকডাউনৰ প্ৰভাৱত দেশৰ অৰ্থনৈতিক অৱস্থা হৈ পৰিছে শোচনীয়। এইকথা জনাইছে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে। ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমীক্ষা বৈঠকৰ পাছত এখন সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰি শক্তিকান্ত দাসে…

সুৰাপায়ী সকলৰ বাবে সুখবৰ:কাইলৈৰ পৰা অসমত খুলিব Bar

Bar খোলাৰ অনুমতি প্ৰদান কৰিছে অসম চৰকাৰে। আজি এক জাননীৰ যোগেদি অসম চৰকাৰৰ আবকাৰী বিভাগৰ সচিবে অসমৰ সুৰাৰ অনুজ্ঞাপত্ৰ থকা ৰেষ্টুৰেন্ট সমূহত সুৰা বিক্ৰীৰ সম্পূৰ্ণ অনুমতি প্ৰদান কৰিছে। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা থাকিব 'বাৰ' সমূহ।…

পেছাদাৰীসমাজক উচ্ছেদ কৰা প্ৰয়োজন

"জনস্বাস্থ্যৰ প্ৰত্যাহ্বানেই চাগে ক’ৰ’না মহামাৰীয়ে আমাৰ সন্মুখলে আনি দিয়া প্ৰত্যাহ্বানবিলাকৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। বিভিন্ন মাধ্যমত ইয়াৰ চৰ্চা হৈ আছে। কিন্তু জনস্বাস্থ্যৰ মৌলিক কাঠামোগত সমস্যাবিলাক তুলি আনি জনমানসত প্ৰবল সমালোচনাত্মক…

দিল্লীয়ে পাৰিলে অসমে নোৱাৰিব কিয়?

দিল্লী চৰকাৰৰ কৰোনা নিয়ন্ত্ৰণৰ মডেলে সমগ্ৰ বিশ্ব জুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।যোৱা এমাহত দিল্লীত হ'ম আইচ'লেচনতে আৰোগ্য হৈছে প্ৰায় ১০ হাজাৰ কৰোনা আক্ৰান্ত। বাতৰিটো টুইট কৰি দিল্লীৰ মুখ্য মন্ত্ৰীয়ে লিখিছে- "দিল্লী মডেল"। জানিব পৰা মতে…

WHO আৰু ডোনাল্ড ট্ৰাম্পে কিয় সমালোচনা কৰিছে ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ সংখ্যাক?

ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ হাৰ বিশ্বৰ অন্যান্য দেশৰ তুলনাত বহু কম বুলি মন্তব্য দিছে বিশ্ব স্বাস্থ্য সংস্থা(World Health Organisation) ৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথানে। এই পৰ্য্যন্ত ভাৰতে সৰ্বমুঠ ২.০৮ কোটি কৰোনা টেষ্ট সম্পন্ন কৰিছে।…

ভাৰতত ত্ৰিশৰো অধিক ৰাজনীতিক কৰোনাত আক্ৰান্ত, ৩ জনৰ মৃত্যু

আগষ্ট মাহটো যেন হৈ পৰিছে ভাৰতৰ ৰাজনীতিক সকলৰ বাবে অতিশয় দু:সহ। এজনৰ পাছত আনজন ৰাজনীতিকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। শেহতীয়াকৈ অমিত শ্বাহৰ দেহত ক'ভিড-১৯ ধৰা পৰাৰ পাছতে কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন গৃহমন্ত্ৰী পি চিডাম্বৰমৰ পুত্ৰ কাৰ্তি…

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে নেকি ক’ভিড-১৯ ৰ ভেকচিন? কোন ভাৰতীয় পুঁজিপতিয়ে ভেকচিন প্ৰস্তুত…

ৰাছিয়াত ইতিমধ্যে সম্পূৰ্ণ হৈছে কৰোনা ভাইৰাছৰ ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল- এই দাবী ৰাছিয়ান মিডিয়াৰ। ৰাছিয়াৰ সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি মস্ক'ৰ Gamaleya ইনষ্টিটিউটে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে উলিওৱা ভেকচিনৰ সকলো পৰীক্ষা নিৰীক্ষা…

ৰাজ্যত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা ৪০২৬৯, প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে লাভ কৰিছে ব্যাপক সঁহাৰি

ক'ভিদ-১৯ ৰ পৰা সুস্থ হোৱাৰ ক্ষেত্ৰত অন্যতম ফলদায়কৰূপে বিবেচিত হোৱা প্লাজমা থেৰাপিৰ বাবে প্ৰয়োজনীয় প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যাপক সঁহাৰি লাভ কৰা কথা জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে ৫৫ জন কৰোনাৰ পৰা সুস্থ হোৱা লোকে…

ক’ৰ’না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প

ক'ৰ'না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প - লিখিছে-সৌৰভ শইকীয়া, কটন বিশ্ববিদ্য়ালয় ২০২০ চনৰ আৰম্ভণিতে মানৱজাতিয়ে এক বিশ্বব্যাপী দুৰ্যোগৰ মুখামুখি হ'ল। ইয়াক মানৱৰ বিৰুদ্ধে "প্ৰকৃতিৰ ভাইৰাছ যুদ্ধ" আখ্যা দিলেও বঢ়াই কোৱা নহ'ব। তৃতীয়…