সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

ajycp

সাম্প্ৰতিক (৫): ৰাজনৈতিক/অৰাজনৈতিক-বিশ্বজিৎ বৰা

"এসময়ত ‘অৰাজনৈতিক’ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই গঠন হোৱা অসম গণ পৰিষদৰ দৰে ৰাজনৈতিক দল তথা একেখন মজিয়াৰ পৰাই অহা বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৰে ৰাজনৈতিক নেতাই অসমবাসীৰ জীৱনক লৈ যি হেতালি খেলিছে, তাক…

আছু-AJYCP য়ে বিজেপিক ৱাক অ’ভাৰ দিছে নেকি?

আছু-AJYCP য়ে আঞ্চলিক শক্তি সমূহক একত্ৰিত নকৰি পৃথক পৃথক দল গঠনৰ জৰিয়তে সহায় কৰিব নেকি বিজেপি দলক? এই মন্তব্য আমাৰ নহয় কৃষক নেতা অখিল গগৈৰ। আজি সাংবাদিকৰ আগত কৃষক নেতা গৰাকীয়ে কয় যে সকলো জাতীয় তথা আঞ্চলিক শক্তি যদি এটা দল আৰু এখন পতাকাৰ তলত…

নিৰ্বাচন আহি আছে, অসমত বৰ্তমান চলিছে নতুন ৰাজনৈতিক দলৰ জোৱাৰ

নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী, কিন্তু যোৱা প্ৰায় ৪-৫ মাহত অসমত আবিৰ্ভাৱ হৈছে বহু কেইটা নতুন দলৰ। 'কা' আন্দোলনৰ ফলত অসমৰ জনগণৰ যি বিজেপি বিৰোধী মত তাক লৈয়ে যেন সকলো জলপনা কল্পনা। ইতিমধ্যে অসমত কেইবাটাও ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া…

অসমৰ ILP ক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি, উত্তৰ দিবলৈ কেন্দ্ৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ পৰা Inner Line Permit প্ৰত্যাহাৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ ১১ ডিচেম্বৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই কৰা আবেদনৰ আজি উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে। দেশৰ মুখ্য ন্যায়াধীশ শাৰদ…

তৈলক্ষেত্ৰ,দিহিং-পাটকাইকলৈ গৰজি উঠিল এজেৱাইচিপি

শেহতীয়া ভাৱে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে অসমৰ বহু কেইখন তৈল ক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া আৰু অসম শক্তি বিতৰণ কৰ্পোৰেচন চমুকৈ APDCL ক ব্যক্তিগত কৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক তীব্ৰ গৰিহণা দি বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী…