সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে কি কি প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে?

পৰিষদে ঘোষণা কৰা বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন কাৰ্যসূচী :
1. অহা ইং 3 ছেপ্তেম্বৰ 2021তাৰিখে বৃহৎ নদীবান্ধ বন্ধৰ দাবীত ধেমাজি, লখিমপুৰ, মাজুলী আৰু বিশ্বানাথ জিলাত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী |
2. অহা ইং 6 ছেপ্তেম্বৰ 2021 তাৰিখে বৃহৎ নদীবান্ধৰ বন্ধৰ দাবীত ৰাজ্যজুৰি জিলাই জিলাই উপায়ুক্তৰ কাৰ্য্যালয়ত ধৰ্ণা কাৰ্য্যসূচী |
3. অহা ইং7 আৰু 8 ছেপ্তেম্বৰ তাৰিখে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ধেমাজি, লখিমপুৰ, মাজুলী আৰু বিশ্বানাথ জিলাত ৰাইজৰ মতামত আৰু গণ স্বাক্ষৰ কাৰ্যসূচী |
4. অহা ইং 11 ছেপ্তেম্বৰ 2021 তাৰিখে গুৱাহাটীত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাইজ মেল |
5. অহা ইং 16 ছেপ্তেম্বৰৰ পৰা NHPC ৰ বিৰুদ্ধে সৰ্বাত্মক বন্ধৰ কাৰ্য্যসূচী |

Leave A Reply

Your email address will not be published.